The Real Talks

The Real Talks আপোনালোকৰ অঞ্চলৰ যিকোনো বা বাতৰিৰ কাৰণে আমাৰ এই পেজ খন ফলো কৰি আমাৰ কাষত থাকক।
(1)

           #বিকাশঅসম
23/10/2025

#বিকাশঅসম

21/09/2025

জুবিন দাৰ এই গান যিমানেই শুনো আৰু শুনিব মন যায়,,,, জুবিন দাই কৈছিল মই মৰিলে চাৰিওফালে এই গানটোৱেই বাজিব,,,Miss you jubin Da Forever,,,❤️❤️😭😭😭
Comment ত লিখক I love you Jubin Da,,,

শৃংখল চলিহাক সংগঠনৰ পৰা সাময়িক ভাৱে বিৰতি দিলে বীৰ লাচিত সেনাই,,,,
08/08/2025

শৃংখল চলিহাক সংগঠনৰ পৰা সাময়িক ভাৱে বিৰতি দিলে বীৰ লাচিত সেনাই,,,,

ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা,,,,আজি কুশবাৰী জাতীয় বিদ্যালয়ত ৰেজাউল কৰিম চৰকাৰ মন্তব্য,,,,আমি কলম বিলাম,, তৰোৱালতকৈ ক...
04/08/2025

ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা,,,,আজি কুশবাৰী জাতীয় বিদ্যালয়ত ৰেজাউল কৰিম চৰকাৰ মন্তব্য,,,,
আমি কলম বিলাম,, তৰোৱালতকৈ কলমৰ শক্তি বেছি
আমি প্ৰমাণ কৰি দেখুৱাম!

অসমীয়া মুচলমানক চেলেঞ্জ শৃংখলৰ। অসমীয়া হিচেপে আপুনি শৃংখল চলিহাৰ এনে কাৰ্য সমৰ্থন কৰে নে,,,?
04/08/2025

অসমীয়া মুচলমানক চেলেঞ্জ শৃংখলৰ। অসমীয়া হিচেপে আপুনি শৃংখল চলিহাৰ এনে কাৰ্য সমৰ্থন কৰে নে,,,?

মই এজন ভেঞ্চাৰ স্কুলৰ শিক্ষক মানে এটকাও দৰমহা নোপোৱা শিক্ষক। ফটোত থকা গৰুটো বিক্ৰি কৰি লৰাৰ পঢ়াৰ দুই তিনি মাহৰ খৰছ উলিয়া...
03/08/2025

মই এজন ভেঞ্চাৰ স্কুলৰ শিক্ষক মানে এটকাও দৰমহা নোপোৱা শিক্ষক। ফটোত থকা গৰুটো বিক্ৰি কৰি লৰাৰ পঢ়াৰ দুই তিনি মাহৰ খৰছ উলিয়াম বুলি পৰিকল্পনা কৰিছিলো। কিন্তু চৰকাৰৰ গোমাংস নিষিদ্ধ আইনৰ ক্ৰিয়া প্ৰতিক্ৰিয়াত গৰুটো বিক্ৰি কৰিবলৈ বেপাৰী পোৱা নাই। কথা হল মুখ্যমন্ত্ৰী মহোদয়ে আগন্তুকত বৰ্তমানৰ মন্ত্ৰী বিধায়ক সকলে পুনৰ মন্ত্ৰী বিধায়ক নহলে কি কৰি খাৱ বুলি তেও লোকৰ পত্নী সকলৰ নামত ৫০ লাখ টকাৰ ৰাজসাহাৰ্য যুক্ত ৠণৰ ব্যৱস্থা কৰিছে।আমাৰ নিচিনা দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰী সকলে ২০/৩০ বছৰ শিক্ষকতা কৰি ফুটা কড়ি এটাও নাপাও। এতিয়া চৰকাৰৰ ৰাজনীতিৰ মেৰপেছত গৰু-গাই বিক্ৰি কৰিও খাৱ নোৱাৰা হৈছো। লৰাক এতিয়া হয়তো খৰছ দিব নোৱাৰিলে শিক্ষা আধৰুৱা হব। আমাৰ দৰে লোক সকলৰ বিষয়ে কাৰোৱাৰ কেতিয়াৱা ভাৱিবলৈ হবনে অৱকাশ? মোৰ দৰে আৰু কিমান জন এনে দুৰ্ভগীয়া ভেঞ্চাৰ শিক্ষক আছে তাৰ কোনো লেখ-জোখ নাই। আমাকতো কোনো চৰকাৰী আঁচনিয়েও ঢুকি নাপায়।আমি যিহেতু শিক্ষক। বহুতে হয়তো লাজে অপমানে কাকো নকয়।মনৰ দুখ মনতে ৰাখি জীৱন যুঁজৰ চাকনৈয়াত জুপুকা খাই থাকে।মই লাজ নকৰিলো।সঁচা কথা কবলৈ কিহৰ লাজ ? অসমক দেশৰ ভিতৰতে পাঁচ খন ৰাজ্যৰ এখন বনাব খোজা ডাইনেমিক মুখ্যমন্ত্ৰী আৰু চৰকাৰ খনেই লাজ পোৱা নাই। (মোৰ লগত যদি আপুনিও ভূক্তভোগী কিম্বা একমত তেনেহলে বিষয়টো যাতে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হয় সেয়ে অনুগ্ৰহ কৰি এটা কমেণ্ট আৰু চেয়াৰ কৰি দিব।)

ভাৰতীয় সেনাক গুৰুলা গুৰুলিকৈ প্ৰহাৰকৰা  কেইটাই মাত্ৰ আধা ঘণ্টাত জামিন লাভ কৰিলে,,!           #
20/07/2025

ভাৰতীয় সেনাক গুৰুলা গুৰুলিকৈ প্ৰহাৰ
কৰা কেইটাই মাত্ৰ আধা ঘণ্টাত জামিন লাভ কৰিলে,,!
#

20/07/2025

মামাক গ্ৰেপ্তাৰ কৰা বুলি চছিয়াল মেডিয়াত ব্যাপক ভাইৰেল হৈ আছে এই বিশেষ video,,,, সঁচাকৈ গ্ৰেপ্তাৰ হল নেকি মামা,,, video copy from Facebook,, যদি গ্ৰেপ্তাৰ হোৱা নাই তেন্তে এনেকুৱা fake video প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লব লাগে,,।

26 ৰ বিধান সভা নিৰ্বাচনৰ দলীয় টিকট লৈ ডাঙৰ মন্তব্য বিজেপি ৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ।
20/07/2025

26 ৰ বিধান সভা নিৰ্বাচনৰ দলীয় টিকট লৈ ডাঙৰ মন্তব্য বিজেপি ৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ।

বীৰ লাচিত সেনাৰ বিৰুদ্ধে সৰৱ এগৰাকী মহিলা।বীৰ লাচিত সেনা হিমন্তৰ গুলাম নেকি? ৰাইজ এতিয়া বুজিছে শৃংখল চলিহা কাৰ গুলামী ক...
20/07/2025

বীৰ লাচিত সেনাৰ বিৰুদ্ধে সৰৱ এগৰাকী মহিলা।
বীৰ লাচিত সেনা হিমন্তৰ গুলাম নেকি? ৰাইজ এতিয়া বুজিছে শৃংখল চলিহা কাৰ গুলামী কৰে!!
এজনী সাহসী নাৰীয়ে বীৰ লাচিত সেনাৰ বিৰুদ্ধে এনেদৰে কৰিছে পোষ্ট।
#অসমীয়ানিউজ

19/07/2025

অসমত চলি থকা অমানৱীয় উচ্ছেদ বন্ধ কৰা আৰু উচ্ছেদিত ভূমিহীন মানুহক পুনৰ সংস্থাপন কৰাৰ দাবীৰে বঙাইগাওঁ জিলা ASSP য়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। fans

17/07/2025

15 বছৰৰ AIUDF ৰ দখলত থকা মেৰেৰচৰ গাও পঞ্চায়ত এইবাৰ কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থীৰ দখলত। সভাপতি হিছাপে নিৰ্বাচিত কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থীৰ মোস্তাফিজুৰ ৰহমান আৰু উপ সভানেত্ৰি হিছাপে নিৰ্বাচিত হয় তাছলিমা বেগম।

Address

Guwahati
783384

Alerts

Be the first to know and let us send you an email when The Real Talks posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share