Pratah Time

Pratah Time থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ ...

29/10/2025

লুইতৰ বুকুত উটুৱাই দিয়া হ'ল প্ৰিয় শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ চিতা ভষ্ম ।

অশ্ৰুসিক্ত নয়নেৰে আজি তেখেতৰ পত্নী তথা পৰিয়াল শুভকাক্ষীৰ উপস্থিতিত লুইতৰ বুকুত উটুৱাই দিয়া হ'ল জুবিন গাৰ্গৰ চিতা ভষ্ম ।

28/10/2025

পলাশবাৰীৰ দখলা পাৰঘাটত হিন্দুস্থানী সমিতি, বিহাৰী সমাজৰ ছট পূজা উপস্থিত থাকে যুৱ নেতা হিমাংশু শেখৰ বৈশ্য

হোটেল এপল' গ্ৰেণ্ড ত সংবাদমেল সম্বোধন কৰি থকা অৱস্থাতদিছপুৰ আৰক্ষীয়ে আটক কৰিলে  বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰান্তু পানীফু...
27/10/2025

হোটেল এপল' গ্ৰেণ্ড ত সংবাদমেল সম্বোধন কৰি থকা অৱস্থাত
দিছপুৰ আৰক্ষীয়ে আটক কৰিলে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰান্তু পানীফুকনক

26/10/2025

22/10/2025

বকোৰ শালমাৰা পাৰঘাটত ২২ ফুট উচ্চতাৰ কালীৰ মূৰ্তি স্থাপনেৰে শ্ৰী শ্ৰী শ্যামা কালী পূজা উদযাপন

20/10/2025

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ আদ্যশ্ৰাদ্ধ পালন।
সোণতলীৰ গৰৈমাৰী বিলৰজান ৰাজহুৱা কৈ সমূহীয়া দোৱা পালন।

20/10/2025

বকোৰ নতুন হাউলীটাৰীত আজি পৰা চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ শ্ৰী শ্ৰী শ্যামা পূজা মহোৎসৱ

16/10/2025

বকোৰ ছমৰীয়া আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা ৰামস্বৰসতী সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

14/10/2025

ট্ৰেডিশ্বনাল টেণ্ডৰ ৰাজনীতি নকৰে বুলি কয় অসম-মিঞা অসমীয়া পৰিষদৰ কেন্দ্ৰীয় সভাপতি আব্দুল বাতনে।

13/10/2025

অৱশেষত যোৱা ১০ অক্টোবৰত ৰহিজুদ্দিনৰ ওপৰত অৰুণোদয়ৰ ওপৰত অনা অভিযোগ টো অভিযোগকাৰীৰ ভাষ্যৰ জৰিয়তে সম্পূর্ণ মিছা আৰু ভিত্তিহীন বুলি প্ৰমাণিত হয়।

13/10/2025

বেংগলোৰৰ কোম্পানী অত্যাধুনিক নিৰ্মানৰ আৰ্হিত মডোলাৰ ফাৰ্নিচাৰ ইন্টৰিয়েৰ প্ৰথম বাৰৰ বাবে গুৱাহাটীত মুকলি

08/10/2025

ৰামদিয়া নদিয়াৰ কোৰছতলীয়া বৰনামঘৰত শ্রীশ্রী লক্ষ্মী পূজা উপলক্ষে নাগাৰা নাম পৰিৱেশন

Address

Guwahati Gowalpara Road, Gauhati, India
Guwahati
781122

Alerts

Be the first to know and let us send you an email when Pratah Time posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pratah Time:

Share