Assam News First

Assam News First সত্যৰ সন্ধানত ৰাইজৰ পক্ষত Assam News First নিজৰ অঞ্চলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ খবৰৰ লগত জড়িত

“সুবহানাল্লাহ ❤️মক্কাৰ আৰাফাতৰ পৰা এই বিস্ময়কাৰী দৃশ্যই হাজত মিলিয়ন মিলিয়ন মুছলমানৰ এক লগে উপাসনা, একতা আৰু শান্তিৰ ব...
25/05/2026

“সুবহানাল্লাহ ❤️
মক্কাৰ আৰাফাতৰ পৰা এই বিস্ময়কাৰী দৃশ্যই হাজত মিলিয়ন মিলিয়ন মুছলমানৰ এক লগে উপাসনা, একতা আৰু শান্তিৰ বাবে জমা হোৱা দেখুৱাইছে। দেশ, ভাষা বা ৰঙৰ যিকোনো ভেদ নেই — সকলোৰে দৃষ্টিতে আল্লাহৰ আগত সমান।
এইটো মাত্ৰ এখন সমাগম নহয়, এইটো বিশ্বাস, ভায়েকত্ব আৰু মানবতাৰ শক্তি। দৃশ্যই আমাক মনত কৰোৱাৰ দৰে, ইছলাম কেনেকৈ পৃথিৱীৰ প্ৰতিখন কণাৰ পৰা হৃদয়সমূহক এক বিশ্বাস আৰু এক উদ্দেশ্যৰ তলত সংযুক্ত কৰে।
আল্লাহ সকলো তীৰ্থযাত্ৰীৰ প্ৰাৰ্থনাক গ্ৰহণ কৰক আৰু সমগ্ৰ উম্মাক শান্তি, দয়া আৰু পৰামৰ্শৰে আশীৰ্বাদ কৰক। আমীন 🤲✨

#আৰাফাত #হাজ্জ #মক্কা #ইছলাম #মুছলমান #উম্মা #সৌদি আৰবিয়া #হাজ্জ2026

চৌদি আৰৱৰ মক্কাত হাজী সকলৰ ভীৰ দেখা গৈছে আৰাফাতৰ ময়দানত।
23/05/2026

চৌদি আৰৱৰ মক্কাত হাজী সকলৰ ভীৰ দেখা গৈছে আৰাফাতৰ ময়দানত।

18/05/2026

Let's song # Hale Jale O # Dipen Baruah

27/03/2026

"মোৰ মনত ভেদ ভাৱ নাই অ' আল্লা
মোৰ মনত ভিন পৰ নাই অ' আল্লা
হিন্দু কি মুছলমান,একে আল্লাৰ প্ৰমান
মোৰ মনত একেটি ভাৱ"
কলাই গাওঁ কেন্দ্ৰীয় ঈদ সন্মিলনৰ আজি প্ৰথম দিনৰ শুভাৰম্ভণি কাৰ্যসূচীত বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ লগতে সুধা কন্ঠ ড' ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী শ্ৰদ্ধাৰ্ঘ নিবেদনৰ আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰা হয়।
সন্মিলনৰ পতাকা উত্তোলন কৰে উদ্ যাপন সমিতিৰ সভাপতি বিটিচি পাৰিষদীয় সদস্য শ্ৰী দিগন্ত বৰুৱাই।

09/02/2026

# শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক অধিবেশনৰ সামৰণী।
# অশ্ৰুসিক্ত নয়নেৰে আশ্ৰয় শিবিৰ এৰিলে ভকত বৈষ্ণৱে৷
# শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকা লৈ যোৱা হ'ল লক্ষীমপুৰলৈ।

04/02/2026

#শিৱসাগৰত অখিল গগৈৰ পিছফালে থাওৰাৰ বিজেপি বিধায়ক সুশান্ত বৰগোহাঁই।
#সাংবাদিকৰ সন্মুখত ৰসিকতা অখিল গগৈৰ।

04/02/2026

#মুখ্যমন্ত্ৰীৰ সৈতে হাত মিলালে অখিল গগৈয়ে। #শুধিলে MLA কোন হব?

03/02/2026

# শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনস্থলীৰ আৰাম্ভ হ'ল স্বদেশী মেলা।
# ক্ষুদ্ৰ উদ্যোগীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অনুষ্ঠিত হৈছে এই স্বদেশী মেলা।

03/02/2026

# পূৰ্বৰ সৈনিক প্রধানৰ বিবৃতিত প্ৰকাশ পাইছে কিদৰে মোদী আৰু ৰাজনাথ সিং জিয়ে সেনাৰ লগত হতাশা সৃষ্টি কৰিছিল।
#তেওঁলোকে মোক সংসদত কথা কবলৈ অনুমতি নিদিয়ে কাৰণ তেওঁলোকৰ প্ৰকৃত সত্য উন্মোচনৰ ভয়ত।
মন্তব্য: ৰাহুল গান্ধী
সংগ্ৰহীত

03/02/2026

# শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিবেশনৰ শোভাবৰ্দ্ধন কৰিব বাৰেচহৰীয়া ভাওনাৰ আৰ্হিয়ে৷
# জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত সকলো নিৰ্ম্মানকাৰ্য্য প্ৰায় সম্পূৰ্ণ৷
# হৰিনামৰে মূখৰিত হৈছে অধিবেশন স্হলীৰ অস্হায়ী নামঘৰ চৌহদ৷
# উখলমাখল পৰিবেশ জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত৷
# গাঁৱে গাঁৱে পিঠা লাৰু তৈয়াৰ কৰিছে গঞা মহিলা আই মাতৃয়ে৷
# দহ হেজাৰ ভক্তক আপ্যায়নৰ বাবে তৈয়াৰ কৰিছে টিল পিঠা লাৰুকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী৷

Address

College Road
Guwahati

Website

Alerts

Be the first to know and let us send you an email when Assam News First posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam News First:

Shortcuts

Share