Reality সংবাদ

Reality সংবাদ অসম তথা সমগ্র দেশৰ নিৰ্ভিক নিৰপেক্ষ বাতৰিৰ বাবে REALLY সংবাদ" FOLLOW কৰি ৰাখক।

শেষবাৰৰ বাবে আকৌ লিখক
11/12/2025

শেষবাৰৰ বাবে আকৌ লিখক

10/12/2025

চৰকাৰী আঁচনি নোপোৱা এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি৷

চৰকাৰে আঁচনি দিছে ঠিকেই কিন্তু যোগ্য ব্যক্তিয়ে আঁচনি পাইছে নে!

দক্ষিণ কামৰূপৰ সোণতলীৰ বৰ আৰিকাটি গাঁৱৰ কুৰপান আলীয়ে এতিয়ালৈকে পোৱা নাই কোনো চৰকাৰী আঁচনি৷

#সংবাদ

09/12/2025

জাওকাটা দিয়া আঃ বজাৰ পৰিচালনা সমিতিৰ সৌজন্যত ১৬ তম বাৰ্ষিক অধিবেশনৰ পৰা

আমন্ত্ৰিত অতিথি:- অধিবক্তা ৰফিকুল ইছলাম

09/12/2025

দক্ষিণ কামৰূপৰ সোণতলীৰ বদলা বজাৰত পথ দুৰ্ঘটনাত ৬ বছৰীয়া কণমানি শিশু ৰবিদুল ইছলামৰ বাসগৃহত অধিবক্তা তথা প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰফিকুল ইছলাম।

09/12/2025

দক্ষিণ কামৰূপৰ বদলা বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত এটি ৬ বছৰীয়া শিশু।

নিহত শিশুটি বদলাৰ আশ্ৰাফ আলীৰ কণিষ্ঠ সন্তান ৰবিদুল ইছলাম।

08/12/2025

#ডেকাচাংত অনুষ্ঠিত ওৱাজ মাহ্ফিলত অংশগ্ৰহণ অধিবক্তা ৰফিকুল ইছলামৰ

ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চাৰ নৱনিযুক্ত সন্মানীয় ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে নিযুক্তি আনোৱাৰ হুছেইনক।
08/12/2025

ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চাৰ নৱনিযুক্ত সন্মানীয় ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে নিযুক্তি আনোৱাৰ হুছেইনক।

অসমলৈ আহি আছে ছাকিৰা
08/12/2025

অসমলৈ আহি আছে ছাকিৰা

08/12/2025

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ ঘোঁৰামাৰাত বলিয়া শিয়ালৰ আতংক৷

বলিয়া শিয়ালৰ আক্ৰমণত আহত ৬ গৰাকীকৈ শিশু৷

আতংকিত বৃহত্তৰ অঞ্চলবাসী৷

গৰৈমাৰীৰ ঘোঁৰামাৰা পথাৰত আজি পুৱাৰ ভাগত বলিয়া শিয়ালে কৰে অতৰ্কিত আক্ৰমণ৷

07/12/2025

বাবৰি মছজিদ নিৰ্মাণ কৰিবলৈ ক'ত সাহস পালে হোমায়ন কবিৰে।

কাৰ আশীৰ্বাদত নিৰ্মাণ কৰা হৈছে বাবৰি মছজিদ। জানিলে আচৰিত হ'ব আপুনি।

07/12/2025

অভিনয়ত সুযোগ দিয়াৰ নামত যুৱতীলৈ অশালীন প্ৰস্তাৱ

07/12/2025

ব্রহ্মপুত্র ভেলী একাডেমীৰ ছাত্ৰ-ছাত্ৰীলৈ নতুন অভিজ্ঞতা!

মূহুৰ্তৰ ভিতৰতে গঢ়ি উঠা এখন বিশেষ বজাৰত কেৱল মানুহ আৰু মানুহ।

বিশেষ বজাৰকলৈ দক্ষিণ কামৰূপৰ গৰৈমাৰী অঞ্চলজুৰি ব্যাপক চর্চা।

Address

Hatipara
Guwahati
781141

Website

Alerts

Be the first to know and let us send you an email when Reality সংবাদ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Reality সংবাদ:

Share