NBTV

NBTV অসমৰ গুৱাহাটীত অৱস্থিত উত্তৰ-পূব ভাৰতৰ এটা নিৰপেক্ষ নিউজ চেনেল, লগতে থাকিব আমোদ আনন্দ অনুভূতিৰ প্ৰকাশ

30/09/2023

কাণৰ ভিতৰত কি সোমাইছে ডাক্তৰে উলিয়াব পৰা নাই, চাওঁক ।

30/09/2023

AIMIM দলৰ বিধায়ক আকবৰ উদ্দিন ওৱেচি চাওঁক ভাষণ ।

30/09/2023

হিজাব বিতৰ্কৰ সেই সাহসী ছোৱালীজনী অকলেই ১০০ চাওঁক ।

30/09/2023

"D" ভোটাৰৰ নামত নিৰ্দোষী সংখ্যালঘু মানুহে কেনেদৰে হাৰাশাস্তিৰ সন্মুখীন হব লগা হৈছিল শুনক অলপ কৰুণ কাহিনী ।

30/09/2023

চম্বিত পাত্ৰা, উৰিষ্যা

30/09/2023

এইটো সাপ নে সকলো সাপৰ বাপ ! চাওঁক কিমান ডাঙৰ ।

30/09/2023

ৰাইজৰ প্ৰতিবাদ, জুৰীয়াত জৰাজীৰ্ণ কাঠৰ দলংৰ বাবে দুৰ্ভোগ ভূগিছে কেইবাখন গাওঁৰ ৰাইজে। দুৰ্ঘটনা সংঘটিত হৈ এজন আহত। কাণহাৰ নাই জন প্ৰতিনিধিৰ ।

ঘোচ লৈহে হাত দাঙিছে চৰকাৰী কৰ্মচাৰীয়ে। উৎকোচ লৈ নাৰায়ণপুৰত হাত দাঙিলে লাট মণ্ডল দুলাল চন্দ্ৰ বণিয়াই।
30/09/2023

ঘোচ লৈহে হাত দাঙিছে চৰকাৰী কৰ্মচাৰীয়ে। উৎকোচ লৈ নাৰায়ণপুৰত হাত দাঙিলে লাট মণ্ডল দুলাল চন্দ্ৰ বণিয়াই।

29/09/2023

Sonu Sud বাইক ৰিপিয়াৰিং

29/09/2023

অমৃত কলহ কি চাওঁ আহক ।

29/09/2023

নিকা, কিমান নিকা ? নিকা শব্দটো মুখ্যমন্ত্ৰীয়ে কোৱাটো কিমান শুদ্ধ ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিকা শব্দ কোৱাৰ সময়ত ৫৬ বছৰ বয়সতে চাকৰি পোৱা সেই সকল জালুকবাৰীৰ অসমীয়া ল'ৰাৰ কথা মনত পৰে বুলি আপোনালোকে ভাবে নে ?

29/09/2023

Address

Guwahati
MEDIA/MUSICENTERTAINMENTANDFUNNYVIDEO'S

Website

Alerts

Be the first to know and let us send you an email when NBTV posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share