NE Assam 24x7

NE Assam 24x7 "ৰাইজৰ হৈ, সদায় ৰাইজৰ কাষত
আমি থাকিম সদায় নিৰপেক্ষভাৱে"

21/08/2026

🔴 কলম্বিয়াৰ পেৰেইৰাত হোৱা ভূমিকম্পৰ ভয়ংকৰ দৃশ্য।

16/08/2026

🔴 স্বাধীনতা দিৱসৰ দিনা বাইহাটা চাৰিআলিৰ শিঙাৰপাৰা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয় প্ৰীতি ফুটবল খেল।
🔴 খেলখনত স্হানীয় নৱসূৰুয আঞ্চলিক পুথিভঁৰালে ২-০ গ'লৰ ব্যৱধানত বাইহাটা চাৰিআলি সাংবাদিক সন্থাক পৰাজিত কৰে।

29/07/2026

♦️ DH Construction Pvt Ltd, জ্ঞানমালিনী (শতদল) সাহিত্য সভা শিঙাৰপাৰা আৰু নৱসূৰুয আঞ্চলিক পুথিভঁৰালৰ উদ্যোগত বানপীড়িত ৰাইজৰ মাজত সাহায্য বিতৰণ।

27/07/2026

♦️ কামৰূপ জিলাৰ শিঙাৰপাৰাস্হিত "শিঙাৰপাৰা পাতিদৰং হাইস্কুল"ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰশংসনীয় পদক্ষেপ।
♦️ বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহম্মদ আব্দুল মোন্নাফ বড়াক সম্বৰ্ধনা জ্ঞাপন।

22/07/2026

♦️ বৰপেটাৰ বৰবালাত ই-ৰিক্সা চালকৰ প্ৰতিবাদ।
♦️ পৰিবহন বিভাগৰ বিৰুদ্ধে উত্তাল ৰাজপথ।

22/07/2026

♦️ সদনত বিদ্যালয় শিক্ষা বিভাগৰ ২০২৬-২৭ বৰ্ষৰ দাবী মঞ্জুৰীৰ সপক্ষে আৰু বিৰোধীয়ে উত্থাপন কৰা কৰ্ত্তন প্ৰস্তাৱ (Cut Motion)ৰ বিৰোধীতাৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ বক্তব্য ।

22/07/2026

11/07/2026

♦️ বাইহাটা চাৰিআলিৰ শিঙাৰপাৰাত "গীতে-মাতে আবেলি" আৰু "গ্ৰন্থ উন্মোচন" শীৰ্ষক অনুষ্ঠান সম্পন্ন।

09/07/2026

♦️ ব্ৰাজিলৰ বিপক্ষে নৰৱেৰ ষ্ট্ৰাইকাৰ হলাণ্ডে দিয়া এটা গ'লৰ দৃশ্য

♦️ আপোনালোকক জনাবলৈ পাই আনন্দিত যে আগন্তুক ADRE, TET, CTET, Assam Police (সকলো পদ), SSC তথা অসম চৰকাৰৰ Grade-III আৰু Gra...
02/07/2026

♦️ আপোনালোকক জনাবলৈ পাই আনন্দিত যে আগন্তুক ADRE, TET, CTET, Assam Police (সকলো পদ), SSC তথা অসম চৰকাৰৰ Grade-III আৰু Grade-IVকে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জ্ঞানমালিনী শতদল সাহিত্য সভা আৰু নৱসূৰুয আঞ্চলিক পুথিভঁৰাল, শিঙাৰপাৰাৰ উদ্যোগত eKuhipath Library-ৰ সহযোগত চাৰিমহীয়া বিনামূলীয়া পাঠদান কাৰ্যসূচী আয়োজন কৰা হৈছে।

📅 শুভাৰম্ভ: ০৫-০৭-২০২৬ (ৰবিবাৰ)
🕘 সময়: ৰাতিপুৱা ৯:৩০ বজা
📍 স্থান: নৱসূৰুয আঞ্চলিক পুথিভঁৰাল, শিঙাৰপাৰা

ইচ্ছুক ছাত্ৰ-ছাত্ৰী আৰু চাকৰি প্ৰাৰ্থীসকলক সময়মতে উপস্থিত থাকিবলৈ আৰু নামভৰ্তি তথা অধিক তথ্যৰ বাবে তলত উল্লেখিত নম্বৰসমূহত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

📞 যোগাযোগ:

- 9864589677
- 9864226640
- 8638726845

আয়োজক:
জ্ঞানমালিনী শতদল সাহিত্য সভা আৰু
নৱসূৰুয আঞ্চলিক পুথিভঁৰাল, শিঙাৰপাৰা

Address

Baihata Chariali
Guwahati

Alerts

Be the first to know and let us send you an email when NE Assam 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE Assam 24x7:

Shortcuts

Share