Guwahati Times

Guwahati Times 24x7 News

তিনিচুকীয়াৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ট্ৰেপ কেমেৰাত ধৰা পৰিল এটা মতা বাঘ।
19/08/2026

তিনিচুকীয়াৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ট্ৰেপ কেমেৰাত ধৰা পৰিল এটা মতা বাঘ।

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল (Eco-Sensitive Zone) হ্ৰাস কৰাৰ পদক্ষেপৰ বিৰুদ্ধে গ...
19/08/2026

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল (Eco-Sensitive Zone) হ্ৰাস কৰাৰ পদক্ষেপৰ বিৰুদ্ধে গান গাই আৰু ছবি আঁকি প্ৰতিবাদ সাব্যস্ত কৰে

অসম চিকিৎসা মহাবিদ্যালয় (AMCH) চৌহদত উচ্ছেদ অভিযান
19/08/2026

অসম চিকিৎসা মহাবিদ্যালয় (AMCH) চৌহদত উচ্ছেদ অভিযান

ৰাগঘৰ প্ৰেক্ষাগৃহত আজি সফলতাৰে সমাপ্ত হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংমুক্ত, অন্তৰ্ভুক্তিমূলক আৰু আদৰণি ভৰা কেম্পাছ পৰ...
19/08/2026

ৰাগঘৰ প্ৰেক্ষাগৃহত আজি সফলতাৰে সমাপ্ত হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংমুক্ত, অন্তৰ্ভুক্তিমূলক আৰু আদৰণি ভৰা কেম্পাছ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে ১২ আগষ্টৰ পৰা আয়োজিত সপ্তাহজোৰা "এচিমিলেশ্বন ৱীক ২০২৬" (Assimilation Week 2026)।

মুকলি হ'ল কামৰূপ মহানগৰ জিলাৰ সংহত আয়ুক্ত কাৰ্যালয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে কাৰ্যালয়টো। ১২,৬৯৫ বৰ্...
19/08/2026

মুকলি হ'ল কামৰূপ মহানগৰ জিলাৰ সংহত আয়ুক্ত কাৰ্যালয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে কাৰ্যালয়টো। ১২,৬৯৫ বৰ্গ মিটাৰ সামৰি এই কাৰ্যালয় নিৰ্মাণ কৰা হৈছে। ৮১.২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈছে নতুন ভৱন। হেঙেৰাবাৰীৰ কাৰ্যালয়ৰ পৰিৱৰ্তে এতিয়াৰে পৰা ৰূপনগৰৰ এই কাৰ্যালয়ৰ পৰাই পৰিচালিত হ’ব মহানগৰ জিলাখনৰ সৰহভাগ কাম কাজ।

বৰষুণৰ ফলত গুৱাহাটীৰ জাপৰীগোগৰ নবীন ইংতি পথত চিৰিয়াখানাৰ সুৰক্ষা প্ৰাচীৰৰ এটা অংশ ভাঙি পৰে
19/08/2026

বৰষুণৰ ফলত গুৱাহাটীৰ জাপৰীগোগৰ নবীন ইংতি পথত চিৰিয়াখানাৰ সুৰক্ষা প্ৰাচীৰৰ এটা অংশ ভাঙি পৰে

গুৱাহাটীৰ অনিল নগৰৰ পানী
19/08/2026

গুৱাহাটীৰ অনিল নগৰৰ পানী

বৰষুণৰ ফলত গুৱাহাটীৰ জাপৰীগোগ কৃষ্ণ নগৰৰ পথৰ এটা অংশ উটি যায়
19/08/2026

বৰষুণৰ ফলত গুৱাহাটীৰ জাপৰীগোগ কৃষ্ণ নগৰৰ পথৰ এটা অংশ উটি যায়

উজনি অসমৰ বিভিন্ন প্ৰান্তত বানপানীৰ জলভাগ হ্ৰাস পোৱাৰ লগে লগে ইয়াৰ পিছতে প্লাষ্টিক আৱৰ্জনা আৰু অৱনতি ঘটা পানীৰ গুণাগুণৰ...
19/08/2026

উজনি অসমৰ বিভিন্ন প্ৰান্তত বানপানীৰ জলভাগ হ্ৰাস পোৱাৰ লগে লগে ইয়াৰ পিছতে প্লাষ্টিক আৱৰ্জনা আৰু অৱনতি ঘটা পানীৰ গুণাগুণৰ ৰূপত এক নতুন পৰিৱেশগত ভাবুকিৰ সৃষ্টি হৈছে

19/08/2026

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Guwahati Times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share