Prime Time Plus

Prime Time Plus সত্যৰ পথেৰে সৎ বাতৰিলৈ আমাৰ খোজ।

24/09/2025

বহু বছৰ আগৰে এটি বিশেষ ভিদিও

12/06/2025

🔷হাতীয়ে উদ্ধাৰ কৰিলে হৰিণা পোৱালিক। 🔹সামাজিক মাধ্যমত ভাইৰেল হ'ল এই দৃশ্য।

12/06/2025

📌ভয়ংকৰ ঘটনা! মাজনিশা লিফ্টত আৱদ্ধ এটি পৰিয়াল ।
৪৫ মিনিটৰ পাছত লিফ্টৰ পৰা উদ্ধাৰ কৰা হয় লোককেইজনক, এই ঘটনা উত্তৰ প্ৰদেশৰ

18/04/2025

পোনৰ শিক্ষক ভিক্টৰ দাসৰ(live online class)
অত অশালীন মন্তব্য যুবকৰ, শেষত ভিক্টৰ দাসৰ মন্তব্য মই কাকো এনে গালি নিদিও ৱা নেপাৰো ।

21/03/2025

অৱশেষত বিধানসভাত সংঘটিত হোৱা ঘটনাৰ বাবে ক্ষমা প্ৰাৰ্থনা ৰূপজ্যোতি কুৰ্মীৰ ।

21/03/2025

মই কথা কলে কথা নকবি, মাইক ভাঙি দিম ।
এইবাৰ সদনৰ অধিৱেশনৰ মাজতে অখিল গগৈক ভাবুকি প্ৰদান ৰূপজ্যোতি কুৰ্মীৰ।

14/03/2025

ফাকুৱা উৎসৱৰ প্ৰথমটো নিশাতে বেলতলাত মদ্যপান কৰি ৰাজপথত LADY GANG ৰ সন্ত্ৰাস

07/03/2025

আপোনাক কিমান টকা খুজিছিল,
ন' কমেণ্ট
আপোনি পেলাইছে কিয়,
ন' কমেণ্ট
সহকাৰী আয়ুক্তক উৎকোচ দিবলৈ আহোতেই দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
আৰু তাৰ কিছু সময় পিছতে পলায়ন উৎকোচ দিবলৈ অহা দীপাংকৰ চৌধুৰী।

06/03/2025

গুৱাহাটীলৈ আহি বিপদত বৰ্তমান ৰাইডাৰ যুৱতী, গুৱাহাটী আহি পোৱাৰ পাছতেই চুৰি হ'ল ৰাইডাৰ ননীৰ বাইক।

05/03/2025

অফিচ কলিক নে সৰু কালৰ বন্ধু ,
কাৰ লগত জড়িত থাকে বন্ধুৰ প্ৰকৃত গভিৰতা ,
অফিচ কলিক নে সৰু কালৰ বন্ধু ।

Address

Guwahati

Telephone

+918822523039

Website

Alerts

Be the first to know and let us send you an email when Prime Time Plus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share