29/03/2026
ধিঙত তিনিটা কাৰ্যকালত ৭৫ শতাংশ উন্নয়ন কৰাৰ দাবীৰে ৰূপহীহাটত নিৰ্বাচনী প্ৰচাৰ AIUDF ৰ মনোনীত প্ৰাৰ্থী আমিনুল ইছলামৰ
দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু ধিং সমষ্টিত কৰা উন্নয়নৰ ভিত্তিতেই ৰূপহীহাট সমষ্টিৰ ৰাইজে তেওঁক সমৰ্থন কৰিব বুলি আশা প্ৰকাশ আমিনুলৰ।