News Times

News Times Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from News Times, Media/News Company, Ganeshguri, Guwahati.

NEWS TIMES is Assam's first dedicated media portal which brings you the latest updates from across

Contact For Promotion 8011420778
Registered Web Based news & Media Website✅️

11/06/2025
দিল্লীত নিৰুদ্দেশ হোৱা অসমৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে উত্তৰাখণ্ডত । উত্তৰাখণ্ডৰ পৌৰী গড়ৱাল জিলাত উদ্ধাৰ ডিমা হাছ...
11/06/2025

দিল্লীত নিৰুদ্দেশ হোৱা অসমৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে উত্তৰাখণ্ডত । উত্তৰাখণ্ডৰ পৌৰী গড়ৱাল জিলাত উদ্ধাৰ ডিমা হাছাও জিলাৰ হাফলং আৰক্ষী থানাৰ অন্তৰ্গত সোণটিলা হোজাই গাঁৱৰ বাসিন্দা জয়বোলাল হোজাইৰ কন্যা ৰোস্মিতা হোজাইৰ মৃতদেহ ।

উল্লেখ্য যে বিগত ৬ জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল ৰোস্মিতা । অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ চনটিলা হোজাই গাঁৱৰ যুৱতী ৰোস্মিতা হোজাই ৬ জুনত দিল্লীৰ পৰা নিৰুদ্দেশ হৈছিল । অন্তিমবাৰ ৫ জুনত আৰ আৰ বি পৰীক্ষা দিবলৈ গৈছিল তেওঁ ।

10/06/2025

বকলীয়াঘাট ১ নং উদালীত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোঁজনাৰ এটি বিধস্থপ্ৰায় পথক লৈ ৰাইজৰ প্ৰতিবাদ

10/06/2025

LIVE CM HIMANTA BISWA SARMA

09/06/2025

কাৰবি আংলংৰ জিলা বন বিভাগৰ উদ্যোগত Plantation Drive ,
সোমবাৰে পোৱা বকলীয়াঘাটৰ Northern Range বন বিভাগৰ উদ্যোগত বকলীয়াঘাট ২০০জোপা বৃক্ষ ৰোপন কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মধুৰাম লেকথেৰ লগতে বকলীয়াঘাটৰ নগৰ সমিতিৰ সদস্য সকলে |

09/06/2025

LIVE One-day Session of the 15th Assam Legislative Assembly, 9 June, 2025

08/06/2025

বকলীয়াঘাট হগলাকটাত মৃতদেহ উদ্ধাৰ

08/06/2025

গাহৰী পালনেৰে স্বাৱলম্বী বকলীয়াঘাট হালধিআটিৰ এহাল দম্পতী। তৃপ্তিৰাণী নামৰে আৰম্ভ কৰা গাহৰী ফাৰ্মখনৰ স্বতাধিকাৰী তৃপ্তিৰাণী বৰুৱা আৰু হৰি ৰংপীয়ে দেখুৱাইছে যুৱপ্ৰজন্মক এক আদৰ্শ।

07/06/2025

বকলীয়াঘাটৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱসৰ দিনা অধ্যক্ষ পাৰ্থ হাজৰিকাৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপন কৰিছিল বিদ্যালয়ৰ একাংশ শিক্ষকে তাৰ পাছতেই পাৰ্থ হাজৰিকাই সিদ্ধান্ত লয় অধ্যক্ষৰ পদৰ পৰা পদত্যাগ কৰাৰ,কিন্তু
আজি পুৱাই বকলীয়াঘাটৰ দল সংগঠন, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ মাজত এখন সভা আয়োজন কৰি সিদ্ধান্ত গ্ৰহণ কৰে পুনৰ পাৰ্থ হাজৰিকাক অধ্যক্ষৰ পদত অধিস্থিত হবলৈ আহ্বান জনাই ।
তাৰ পাছতে পাৰ্থ হাজৰিকাই সকলোৰে অনুৰোধ ৰক্ষা কৰি তেখেতৰ পদত্যাগ পত্ৰ উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহন কৰে

03/06/2025

হোজাই জিলা লংকাত কিহৰ প্ৰতিবাদ।।

03/06/2025

উফন্দী উঠিছে কপিলী হোজাই বিস্তীন অঞ্চল প্লাবিত ।।

Address

Ganeshguri
Guwahati
781005

Alerts

Be the first to know and let us send you an email when News Times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share