Guwahati live 24×7

Guwahati live 24×7 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Guwahati live 24×7, Media/News Company, Narengi chandropur Road, Guwahati.

11/09/2026

নাৰেংগীত উত্তাল প্ৰতিবাদ
ৰেল ষ্টেছনৰ সন্মুখত ৰাইজৰ বিক্ষোভ
থলুৱাক কৰ্মসংস্থাপন দিয়ক
বহিৰাগতক ঠিকা দিয়াৰ অভিযোগ
হিৰালাল প্ৰসাদৰ বিৰুদ্ধে ক্ষোভ
তীব্ৰবেগী ট্ৰাকত সঘন দুৰ্ঘটনা




11/09/2026

চছিয়েল মেডিয়াৰ নতুন ট্ৰেণ্ড
৮০ দশকত ঘূৰি যোৱা
কি কলে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই



10/09/2026

S

গুৱাহাটী ইণ্টাৰনেচনেল মাৰাথনৰ আনুষ্ঠানিক ঘোষণা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সুনীল গাভাস্কাৰে মুকলি কৰিলে ল’গ’, ১২ হাজাৰ দৌৰবিদৰ অংশগ্ৰহণৰ আশা






09/09/2026

পশ্চিম বংগৰ মালদাহৰ ঘটনা


09/09/2026

ইশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ আজি ১১মহীয়া পুণ্য তিথি




09/09/2026

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ১১ মহীয়া পুণ্য তিথি। অহা ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গক হেৰুওৱাৰ এটা বছৰ সম্পূৰ্ণ হ’ব। প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি সুঁৱৰি প্ৰতিক্ৰিয়া প্ৰকাশ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ।



08/09/2026

কোনএই চুগাৰ ডেডি?





08/09/2026

সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উপলক্ষে দিঘলী পুখুৰীৰ‌ পাৰত সদৌ অসম ছাত্ৰ সন্থাৰ বিশেষ কাৰ্যসূচি



08/09/2026

"No regrets, No apology... ৰিয়াক হ*ত্যা*কৰি বহুত ভালহে লাগিছে। তাইক কাটিলোঁ, জে'লৰ পৰা ওলালে তাইৰ চুগাৰ ডেডীটোকো কাটিম।




📌জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠক স্মৰণ কৰি সামাজিক মাধ্যমত পুত্ৰ তেজ হাজৰিকাৰ বিশেষ পোষ্ট
08/09/2026

📌জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠক স্মৰণ কৰি সামাজিক মাধ্যমত পুত্ৰ তেজ হাজৰিকাৰ বিশেষ পোষ্ট



Address

Narengi Chandropur Road
Guwahati

Website

Alerts

Be the first to know and let us send you an email when Guwahati live 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share