15/08/2026
সাৱধান! আইচক্ৰীমৰ নামত বিহ খুৱাইছে নেকি? 🛑
গুৱাহাটীৰ জ্যোতিকুচিৰ "NANCY" আইচক্ৰীম ফেক্টৰীৰ ভয়ংকৰ বাস্তৱ। ভেকুলীৰ কণী থকা লেতেৰা পানী, কাষতে শৌচাগাৰ আৰু কোনো Date নথকা এই আইচক্ৰীম খাই আপোনাৰ আৰু আপোনাৰ শিশুটিৰ স্বাস্থ্য বিপন্ন নকৰিব। জনস্বাস্থ্যৰ লগত হেতালি খেলা এই কাৰখানাৰ বিৰুদ্ধে প্ৰশাসনৰ কঠোৰ হস্তক্ষেপৰ দাবী জনালোঁ!