ASSAM FIRST News

ASSAM FIRST News A Does of Daily News,Crime,Politics,Local ,National and International. Our Vission-Publush All kind of Hiden News from every cornar.

Head Office-
G.S Road,Ulubari,Guwahati -781007

14/02/2024

চিৰাং জিলাত ভূ মাফিয়াৰ দপদপনি!

*তালিবানী কায়দাৰে ধন দাবী।

*হত্যাৰ ভাবুকি দি এক লাখ টকা ভূক্তভোগীৰ পৰা আদায়।

* এটা মাটি দুবাৰ বিক্ৰী। 15 লাখ 25 হেজাৰ টকা আত্মসাৎ চিৰাংৰ ভূ মাফিয়া-হানিফ উদ্দিন আহমেদ, ছাইদুল ইচলাম আৰু ৰফিকুল খন্দকাৰ ৰ।

30/10/2023

#নিউ বঙাইগাঁৱত বৃহত তেল চুৰিৰ কলা বজাৰ।
#ভাৰতীয় ৰেলৰ হেজাৰ হেজাৰ লিটাৰ তেল চুৰি।
#ৰেল বিভাগৰ বৃহত অভিযান। অভিযানত উদ্ধাৰ ভয়ংকৰ তথ্য।
#ৰেল বিভাগৰ RCDৰ ইনচাৰ্জ হিতেশ তালুকদাৰ ৰ নেতৃত্বত চলি আছে বৃহত কলা তেলৰ বজাৰ।

19/10/2023

#চিৰাং-বঙাইগাঁৱৰ বৃহৎ তেলচুৰি কান্ড-পাট-2

#ভাৰতীয় ৰেলৰ বৃহত তেল চুৰি চক্ৰৰ আন এজন কুখ্যাত তেল চুৰৰ প্ৰতিবেদন।

Himanta Biswa Sarma
CMO Assam
DGPAssamPolice
Chirang Police
Bongaigaon Police

08/10/2023

#ভয়ংকৰ যুদ্ধ।

# ইজৰাইলে আৰম্ভ কৰিছে অপাৰেশ্যন আইৰণ শ্ব'ৰ্ডছ।

#হামাছে 25মিনিটত নিক্ষেপ কৰিলে 5 হেজাৰ ৰকেট লঞ্চাৰ।

07/10/2023

সাংসদ বদৰুদ্দিন আজমলে লোকসভাত বন্দৰ,,জাহাজ আৰু জলপথৰ বিষয়ে অতি মধুৰ ভাষণ |

07/10/2023

#একে লগে কাম কৰা বি এল টিৰ মানুহকে চিনি নাপায়-হাগ্ৰামা মহিলাৰী।
#বেলেগ মানুহক কেনেকৈ চিনি পাব-প্ৰমোদ বড়ো'ৰ বিস্ফৰণ ।

07/10/2023

৭০০ কৌটি টকাৰ কেলেংকাৰী।

#কেলেংকাৰীৰ ভয়ানক তথ্য ফাদিল।

06/10/2023

#গুৱাহাটি মহানগৰীত এতিয়া কৃতিম বান।
#ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা।

06/10/2023

#বিধায়ক অখিল গগৈৰ সংবাদমেল।
#চৰকাৰী বিদ্যালয় সম্পৰ্কে কি কলে অখিল গগৈ।

Address

North Gauhati

Website

Alerts

Be the first to know and let us send you an email when ASSAM FIRST News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share