Rangiar Khabar

Rangiar Khabar RANGIAR KHABAR APUNAR BABE

16/09/2025

*ৰঙিয়াৰ তুলসীবাৰীৰ বিশ্বকৰ্মা পূজা থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্দিৰত সেৱা লয়।*

*বিটিএডিৰ অন্তৰ্গত ওদালগুৰিৰ ননৈ চেৰফাঙৰ পৰা নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণ কৰি উভতি অহাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে পূজাস্থলীত প্ৰৱেশ কৰে ।*

*মুখ্যমন্ত্ৰীয়ে এনেদৰে হঠাৎ উপস্থিত হোৱাত তুলসীবাৰী বজাৰত ভক্তপ্ৰাণ ৰাইজৰ মাজত আনন্দ-উল্লাস।*

*আনহাতে ৰঙিয়াতো শতাধিক কৰ্মকৰ্তাই হৰ্ষোল্লাসেৰে মুখ্যমন্ত্ৰীক আদৰণি জনায় ।*

ৰঙিয়া মহাবিদ্যালয়ত ১৭ ছেপ্তেম্বৰত মুৰ্ত্তি উন্মোচনী অনুষ্ঠান-
14/09/2025

ৰঙিয়া মহাবিদ্যালয়ত ১৭ ছেপ্তেম্বৰত মুৰ্ত্তি উন্মোচনী অনুষ্ঠান-

14/09/2025

ৰঙিয়া ক্ৰিকেট একাডেমীৰ দ্বাৰা আয়োজিত হিন্দী হাইস্কুলৰ খেলপথাৰত ৰঙিয়া ২০- টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানৰ মুহূৰ্ত -

13/09/2025

ৰঙিয়াৰ মধুকুছিৰ কছাৰী মহল উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ সাংস্কৃতিক কাৰ্যসূচী-

13/09/2025

ৰঙিয়াৰ মধুকুছিৰ কছাৰী মহল উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ সাংস্কৃতিক কাৰ্যসূচী -

13/09/2025

*ৰঙিয়া মহাবিদ্যালয়ত ABVP ৰ উত্তাল প্ৰতিবাদ।*

*গোৱালপাৰা মহাবিদ্যালয়ত NSUIৰ নেতাই নামভৰ্তিৰ নামত ছাত্ৰীক হাৰাশাস্তিৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ।*

*নাৰী নিৰ্যাতন ঘটনাৰ প্ৰতিবাদত ৰঙিয়া মহাবিদ্যালয়ৰ সন্মুখত ABVP ৰঙিয়াৰ সদস্য সকলে কৰিলে পুত্তলিকা দহন আৰু প্ৰতিবাদী কার্যসূচী*



12/09/2025

তুলসীবাৰী বহুমুখী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত নবাগত আদৰণি সভা, ছাত্ৰ-ছাত্ৰীৰ আনন্দ-উল্লাস -

11/09/2025
11/09/2025

ৰঙিয়াৰ ১০ নং ওৱাৰ্ডত "চিলাৰায় ভৱন" নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ শুভ আৰম্ভণি অনুষ্ঠান -

10/09/2025

ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত মিচন এপিএছচি/ইউ পি এছ চিৰ বিনামুলীয়া প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভণি অনুষ্ঠান--

ৰঙিয়াত "প্ৰত্যাশা-- ২০২৫" শীৰ্ষক কাৰ্যসূচী-
10/09/2025

ৰঙিয়াত "প্ৰত্যাশা-- ২০২৫" শীৰ্ষক কাৰ্যসূচী-



Address

RANGIA
Guwahati

Website

Alerts

Be the first to know and let us send you an email when Rangiar Khabar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share