LIVE ASSAM 24

LIVE ASSAM 24 সত্যৰ সদায় জয়

আমি আছো সদায়, সত্যৰ হকে মাত মাতিম

জয় আই অসম
Page ID : 120098234400739
https://www.instagram.com/live_assam_24?igsh=MW8xcWNmeWsxa2plcQ==

17/10/2025

📍দাদা ও দাদা
📍উঠকচোন উঠক ইমান মানুহ আহিছে চাওক

16/10/2025

📍অনিয়ন্ত্ৰিত বাক্সাৰ পৰিস্থিতি

16/10/2025

📍জুবিন স্মৰণ

14/10/2025

📍এঘন্টাৰ বাবে বলা ৮ হাজাৰ দিম
📍হাতে হাতে কাম হ'ব পইচা দিম

13/10/2025

➡️নগাওঁ জিলাৰ ননৈ মহাবিদ্যালয়ত প্ৰথম স্থায়ী চৰকাৰী অধ্যক্ষ হিচাপে ড° মুকুট মনি শইকীয়া যোগদান কৰে।
➡️ননৈ মহাবিদ্যালয়ত আজি প্ৰথম স্থায়ী চৰকাৰী অধ্যক্ষ হিচাপে ড০ মুকুট মনি শইকীয়াৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকে নগাঁও ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰীৰ অধ্যক্ষ দিলীপ বৰা।

13/10/2025

📍জুবিন স্মৰণ

13/10/2025

📌জামুগুৰিহাটৰ জীয়া ভৰলীৰ দুয়োপাৰে ফুলিছে শুভ কঁহুৱা।
📌চেল্ফি জ’নত পৰিনত হৈছে জীয়াভৰলীৰ পাৰ*৷
📌শুভ্ৰ কঁহুৱাৰ দৃষ্টিনন্দন শোভাই হাতবাউলি মাতিছে সকলোকে।

12/10/2025

➡️নগাওঁ জিলাৰ বঢ়মপূৰ সমষ্টিৰ ৰাঙলুত থকা অসমৰ প্ৰথমখন স্বীকৃতিপ্ৰাপ্ত ড্ৰাইভাৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু স্বয়ংক্ৰিয় ড্ৰাইভিং টেষ্ট ট্ৰেকত ৰাঙলু আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফিৰদৌচ আহমেদৰ নেতৃত্বত স্থানীয় ই - ৰিক্সা চালক সন্থা আৰু তেম্পু চালক সকলে ড্ৰাইভাৰ প্ৰশিক্ষণ আৰু চালকৰ অনুজ্ঞা পত্ৰ কিদৰে লাভ কৰিব এই বিষয়ে বিষয়-ববীয়া সকলৰ লগত আলোচনাত মিলিত হোৱা দেখা পোৱা যায়।

11/10/2025

11/10/2025

📍জুবিন স্মৰণ

Address

Hajo , Barni
Guwahati
781102

Alerts

Be the first to know and let us send you an email when LIVE ASSAM 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to LIVE ASSAM 24:

Share