ASSAM News NE

ASSAM News NE জনতাৰ স্বাৰ্থত আমি
অসম নিউজ নৰ্থ ইষ্ট
(অসমত প্ৰতিখন জিলাৰ খবৰ)

10/07/2025

কমলপুৰ সমষ্টিৰ নৱ গঠিত লখাইতৰা পঞ্চায়তৰ নৱ নিৰ্বাচিত সভাপতি জয়ন্ত ডেকা।

27/06/2025

বিধায়ক দিগন্ত কলিতাৰ আন এক মানৱদৰদী পদক্ষেপ।
Himanta Biswa Sarma
Diganta Kalita
ASSAM News NE
Diganta Kalita

25/06/2025

আজি কমলপুৰৰ মুক্তাপুৰ মণ্ডল কাৰ্যালয়ত বিহদিয়া জাঁজিকোণা মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা।
Diganta Kalita
Himanta Biswa Sarma
BJP Assam Pradesh

23/06/2025

আজি ত্ৰিনয়নী আদৰ্শ মণ্ডল পৰ্য্যায়ৰ সংগঠন খণ্ড অভিযান পৰিচালনা গোট কমলপুৰ উন্নয়ন খণ্ডৰ উদ্যোগত আয়োজন কৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিয়ানৰ সমূহীয়া পৰিচালিত প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰে বিধায়ক দিগন্ত কলিতাই ।

19/06/2025

এগৰাকী আইতাক কথা দি কথা ৰাখিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।পিছে কি কি দিলে আইতাক মূখ্যমন্ত্ৰীয়ে।
Himanta Biswa Sarma
BJP Assam Pradesh

19/06/2025

এগৰাকী বিধায়ক। সমষ্টি বাসীৰ কাৰণে সকলো সময়তে দিনৰাতি একাকাৰ কৰা এই গৰাকী বিধায়ক হৈছে কমলপুৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক দিগন্ত কলিতা। প্ৰতিটো ক্ষণতে সমষ্টি বাসীৰ লগত গাৰ ছা টোৰ দৰে লাগি থকা বিধায়ক গৰাকীৰ মহানুভৱতাক এতিয়া শলাগিছেকমলপুৰ সমষ্টি বাসীয়ে।

17/06/2025

কৰৰা গাঁৱৰ নিবাসী বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী,সমাজহিতৈষী,
গজেন্দ্ৰ নাথ শৰ্মাৰ দেহৱসান। মৃত্যুৰ সময়ত ব্যক্তি গৰাকীৰ বয়স হৈছিল ৯১ বছৰ।

15/06/2025

অমূল্য বৰুৱাই ঘৰ দিয়াৰ প্ৰলোভন দি এইদৰে সংগ্ৰহ কৰে টকা ।

14/06/2025

নিশাৰ আন্ধাৰৰ সুযোগ লৈ কোনো দুস্কৃতিকাৰিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা গৌৰৱ গগৈৰ হৰ্ডিং আৰু বেনাৰ পোষ্টাৰ ফালিলে।আজি ৰঙিয়া আৰু তামোলপুৰৰ দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।আৰু এই উপলক্ষে কমলপুৰ কংগ্ৰেছৰ ফালৰ পৰা চাংসাৰি পৰা বাইহাটা চাৰিআলিৰলৈ গৌৰৱ গগৈক আদৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুইকাষে লগোৱা হৈছিল হডিং আৰু বহু বেনাৰ পোষ্টাৰ।কিন্তু কোনো দুস্কৃতিকাৰিয়ে এনেদৰে লন্ড ভণ্ড কৰে এই সমূহ বেনাৰ, পোষ্টাৰ। Himanta Biswa Sarma BJP Assam Pradesh Gaurav Gogoi

📌 ২২ জুন পৰা আৰম্ভ্ৰ পৱিত্ৰ অমুবাচী মেলা 📌 ২২ জুনৰ আবেলি ২ বাজি ৫৬ মিনিটত প্রবৃত্তি ২৬ জুনৰ পুৱতি নিশা ৩ বজাত নিবৃত্তি ।...
08/06/2025

📌 ২২ জুন পৰা আৰম্ভ্ৰ পৱিত্ৰ অমুবাচী মেলা
📌 ২২ জুনৰ আবেলি ২ বাজি ৫৬ মিনিটত প্রবৃত্তি ২৬ জুনৰ পুৱতি নিশা ৩ বজাত নিবৃত্তি ।
জয় মা কামাখ্যা ।

07/06/2025

অৱশেষত নিহাৰ কাশ্যপ নামৰ লৰাজনৰ মৃতদেহ উদ্ধাৰ হল ।
উদ্ধাৰ অভিযান সমাপ্ত পৰিল।
ইতিমধ্যে তিনিওজন লৰাৰ মৃতদেহ উদ্ধাৰ।

07/06/2025

বাইহাটা চাৰিআলিত অঘটন। তিনিজনকৈ দশম শ্ৰেণীৰ ছাত্ৰ কলাজল নদীত নিখোজ।মাজগাওৰ দশম শ্ৰেণীৰ ছাত্ৰ ৰিচভ ডেকা, কৰৰা গাঁৱৰ দশম শ্ৰেণীৰ ছাত্ৰ হৰনিশ কাশ্যাপ, আৰু দশম শ্ৰেণীৰ ছাত্ৰ দিক্ষিত চৌধুৰীয়ে অন্য দুজন বন্ধুৰ সতে জন্ম দিন উদযাপন কৰিবলৈ আহিছিল কলাজল নদীৰ পাৰলৈ। নদীত গা ধুবলৈ যাওঁতে নিখোজ হয় তিনি জনকৈ ছাত্ৰ। ইতিমধ্যে SDRF বাহিনীয়ে ৰিচভ ডেকা আৰু দীক্ষিত চৌধুৰীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিওঁ নিহাৰ কাশ্যপ নামৰ লৰাজনৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দলে। ঘটনা স্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ তদাৰক কৰিছে কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ লগতে স্থানীয় বিধায়ক দিগন্ত কলিতা।

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when ASSAM News NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ASSAM News NE:

Share