বেকাৰ খবৰ

বেকাৰ খবৰ We provide information across the globe

ESIC Recruitment 2025 – Apply for 558 Specialist Grade–II Posts
11/04/2025

ESIC Recruitment 2025 – Apply for 558 Specialist Grade–II Posts

The Employees’ State Insurance Corporation (ESIC) has released a recruitment notification for 558 Specialist Grade–II (Senior/Junior Scale) posts across

APSC ADO Recruitment 2025 – Apply Online for 195 Agricultural Development Officer Posts
08/04/2025

APSC ADO Recruitment 2025 – Apply Online for 195 Agricultural Development Officer Posts

The Assam Public Service Commission (APSC) has released a new job notification for the recruitment of 195 Agricultural Development Officer (ADO) posts under

DEE LP UP Teacher Recruitment 2025 – Apply Online for 4500 Posts in Assam
08/04/2025

DEE LP UP Teacher Recruitment 2025 – Apply Online for 4500 Posts in Assam

The Directorate of Elementary Education (DEE), Assam has released a new notification for the recruitment of 4500 Assistant Teacher posts in Lower Primary (LP)

মানৱতাৰ খাতিৰত সহায় কৰক...🙏🙏         এই লৰাজনৰ নাম ৰাজীৱ মহন্ত। ঘৰ মৰিগাঁও জিলাৰ পাত্ৰবৰী গাঁৱত। তেওঁ দন্দুৱাত এখন কম্পি...
16/02/2025

মানৱতাৰ খাতিৰত সহায় কৰক...🙏🙏
এই লৰাজনৰ নাম ৰাজীৱ মহন্ত। ঘৰ মৰিগাঁও জিলাৰ পাত্ৰবৰী গাঁৱত। তেওঁ দন্দুৱাত এখন কম্পিউটাৰ দোকান আছে। যোৱা 12/০২/২০২৫ তাৰিখে নিশা তেওঁ নিজ কৰ্ম স্থানৰ পৰা ঘৰলৈ আহি থাকোঁতে Bike দুৰ্ঘটনাত বহুত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ ৰাস্তাত অচেতন অৱস্থাত পৰি থাকে। পাছত তেওঁক মৰিগাঁৱৰ চুলতান মেডিকেল ত ventilation ত ৰখা হয়। তাৰ পাছত তেওঁক গুৱাহাটীৰ GNRC ৰ ভৰ্তি কৰা হয় যদিও এতিয়াও তেওঁক অচেতন অৱস্থাৰ পৰা ঘূৰাই আনিব পৰা নাই। ডাক্তৰ য়ে কোৱা মতে বহুত দিন লাগিব।

কিন্তু তেওঁৰ পৰিয়ালটো আৰ্থিক অৱস্থা একেবাৰে শোচনীয়। তেওঁৰ Computer দোকান খনেই ঘৰখনৰ আৰ্থিক অৱস্থাৰ মূল কৰক। দেউতাকে এতিয়া বহুত ধাৰ ঋণ কৰি নিজৰ পুত্ৰৰ চিকিৎসা কৰি আছে। তেওঁৰ চিকিৎসাৰ এদিনৰ নিম্নতম খৰছ 60,000 টকা। এনেকৈ কিমান দিন কৰিব।

গতিকে লৰা জনৰ সুস্থ কৰি তুলিবলৈ প্ৰয়োজন হৈছে আপোনালোকৰ অলপ আশীৰ্বাদ আৰু সমৰ্থ অনুসৰি অলপমান আৰ্থিক সহায্য।

লৰা জনৰ ভাতৃৰ Account details আৰু কিছু তথ্য তলত দিয়া হল। সকলোৱাৰে যেন দয়া কৰে।

UPI ID: 6003202558-2@ibl
G Pay No: 6003202558

Name: Luhit Mahanta
A/C: 43039756984
IFSC: SBIN0006309
BANK: SBI

যদি পাৰে এই Post টো Share কৰি দিব...

ধন্যবাদ🙏

নৱবৰ্ষৰ আৰম্ভনিতে আপুনি ভুলতো নকৰিব এই ৪টা কাম, বৰবাদ হ’ব আপুনি...
30/12/2024

নৱবৰ্ষৰ আৰম্ভনিতে আপুনি ভুলতো নকৰিব এই ৪টা কাম, বৰবাদ হ’ব আপুনি...

New Year 2025: নৱবৰ্ষই জীৱনৰ নতুন আৰম্ভণিৰ প্ৰতীক, আৰু সকলোৱে বিচাৰে এই বছৰে তেওঁলোকৰ বাবে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব। ...

২০২৫ চনত এইসমূহ ৰাশিৰ পুৰণ হ’ব ধনী হোৱাৰ সপোন, উভৈনদী হ’ব টকা...
30/12/2024

২০২৫ চনত এইসমূহ ৰাশিৰ পুৰণ হ’ব ধনী হোৱাৰ সপোন, উভৈনদী হ’ব টকা...

Astrology 2025: ২০২৫ চনৰ ভিতৰত কিছুমান ৰাশিৰ লোকে শুভকামনা লাভ কৰিব আৰু নিজৰ কেৰিয়াৰ আৰু ব্যৱসায়ত উচ্চতা লাভ কৰিব। ২০২৫ .....

2025 চনত মালামাল হৈ যাব এই ৫টা ৰাশিৰ লোক, হ’ব পাৰে টকাৰ বৰষুণ...   #2025
30/12/2024

2025 চনত মালামাল হৈ যাব এই ৫টা ৰাশিৰ লোক, হ’ব পাৰে টকাৰ বৰষুণ...

#2025

Year 2025: নতুন বছৰে নিজৰ লগত আশা আৰু সুখ কঢ়িয়াই আনে। যেতিয়া পুৰণি বছৰটো শেষ হ’বলৈ ওলাইছে আৰু নতুন বছৰটো আৰম্ভ হ’বলৈ .....

Access Bars ৰ এই পদ্ধতিয়ে সলনি কৰিব পাৰে আপোনাৰ জীৱন, আপুনিও বিচাৰে নেকি ?..
29/12/2024

Access Bars ৰ এই পদ্ধতিয়ে সলনি কৰিব পাৰে আপোনাৰ জীৱন, আপুনিও বিচাৰে নেকি ?..

এক্সেছ বাৰ: এটা অনন্য জীৱন সলনি কৰা প্ৰযুক্তি আজিৰ দ্ৰুত গতিৰ জীৱনত মানসিক চাপ, উদ্বেগ আৰু মানসিক বিভ্ৰান্তি সাধা....

২০২৫ চনত জিলিকি উঠিব এইসমূহ ৰাশিৰ ভাগ্য, কিন্তু এই ভুল নকৰিব...     #2025
28/12/2024

২০২৫ চনত জিলিকি উঠিব এইসমূহ ৰাশিৰ ভাগ্য, কিন্তু এই ভুল নকৰিব...

#2025

Horoscope 2025: কাশীৰ জ্যোতিষী পণ্ডিত সঞ্জয় উপাধ্যায়ে কয় যে তেওঁ এই সন্দৰ্ভত ভৱিষ্যদ্বাণী কৰিছে। ২০২৫ চনৰ এই নতুন বছৰট....

ৰাতি শুৱাৰ আগত ভুলতো নকৰিব এইসমূহ কাম, হ’ব পাৰে বিপদ...
27/12/2024

ৰাতি শুৱাৰ আগত ভুলতো নকৰিব এইসমূহ কাম, হ’ব পাৰে বিপদ...

Don't do these things before going to bed at night: আমাৰ স্বাস্থ্যৰ বাবে টোপনি যিমান গুৰুত্বপূৰ্ণ, সঠিক খাদ্যাভ্যাস আৰু ব্যায়ামও সিমানেই গুৰু.....

Address

Guwahati
781029

Alerts

Be the first to know and let us send you an email when বেকাৰ খবৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to বেকাৰ খবৰ:

Share