JUNAK

JUNAK ❤🌹

09/12/2025

We want justice for Zubeen da 🙏    JUNAK
09/12/2025

We want justice for Zubeen da 🙏

JUNAK

Jai agninav baba 🙏                    JUNAK
09/12/2025

Jai agninav baba 🙏
JUNAK

সত্যৰ পথত থাকিলে জীৱনত কেতিয়াও মুখ ঢাকি পলাব লগিয়া নহয় ।🙌🤟        JUNAK
09/12/2025

সত্যৰ পথত থাকিলে জীৱনত কেতিয়াও মুখ ঢাকি পলাব লগিয়া নহয় ।🙌🤟

JUNAK

We want justice for Zubeen da ⚖️
08/12/2025

We want justice for Zubeen da ⚖️

🌿🌿কেতিয়াবা অনুভৱ হয় 🌿🌿হয়তু এসাঁজ খাই এসাঁজ নাখাই লৰা ছোৱালী কেইক পঢ়াাইছিল । নিজে ভাল বস্তু এটা নিপিন্ধাকে নোলোৱাকৈ লৰা ...
08/12/2025

🌿🌿কেতিয়াবা অনুভৱ হয় 🌿🌿

হয়তু এসাঁজ খাই এসাঁজ নাখাই লৰা ছোৱালী কেইক পঢ়াাইছিল । নিজে ভাল বস্তু এটা নিপিন্ধাকে নোলোৱাকৈ লৰা ছোৱালী কেইটাক অভাৱ অনুভৱ হবলৈ দিয়া নাছিল ।

এতিয়া লাৰা ছোৱালী কেইটা ডাঙৰ হল । সকলোৰে নিজা নিজা উপাৰ্জন হল । লৰাই ফেচবুকৰ কেপচনত লিখিছে । সপোনবোৰ নিজৰ কষ্টৰে সফল হ'ল ।
ছোৱালীও লিখিছে ঘটি টোৰ পৰা বাতি লৈকে মই বিয়াত নিজা উপাৰ্জনৰে লৈছো ।

কোনোৱা খিনিত নিজৰ অনুভৱ হয় ।আজিকালি তেওঁলোকৰ পৰিস্হিতি থিকেই সলনি হ'ল । কেচা মাটিৰ ঘৰ গুচি পকাৰ ঘৰ হ'ল । আগৰ দৰে এসাঁজ খাই এসাঁজ লঘোণে থাকিবও নালাগে প্ৰতি সাঁজ ভাত এতিয়া হয়তু মাছে মাংসই খৱলৈও পাইছে ।

কিন্তু এতিয়া যে তেওঁলোকৰ নিজস্ব নোহোৱা হ'ল । মনগলেও কাৰোৱাক এসাঁজ ভাত খাইযাবি বুলি ৰখাব নোৱাৰে । আজি আমাৰ ঘৰত থাক বুলি কব নোৱাৰে । এতিয়া যে ঘৰখন তেওঁলোকৰ ইচ্ছাৰে নছলে । কৰবাত যাৱলৈও যে হাত পাতিব লগিয়া হয়। এতিয়া মন গলেও
চোন কাৰোবাক ১০ টকা এটাও দিব নোৱাৰে । সাচতিয়া বুলিবলৈযে ফুটা কঢ়িও নাই । এইয়া আছলতে অসহায় নে পোতৌ নে আন কিবা ??
JUNAK

Sister👭        JUNAK
08/12/2025

Sister👭

JUNAK

Good morning🌞🌞🥱🥱Have a nice day 💐💐💐🌻🌻🌼🌼      JUNAK
08/12/2025

Good morning🌞🌞🥱🥱
Have a nice day 💐💐💐🌻🌻🌼🌼

JUNAK

Address

Guwahati

Opening Hours

Monday 9am - 10pm
Tuesday 9am - 10pm
Wednesday 9am - 10pm
Thursday 9am - 10pm
Friday 9am - 10pm
Saturday 9am - 10pm
Sunday 9am - 10pm

Telephone

+919101369260

Alerts

Be the first to know and let us send you an email when JUNAK posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share