অসমীয়া সংস্কৃতি Assamese Culture

  • Home
  • India
  • Guwahati
  • অসমীয়া সংস্কৃতি Assamese Culture

অসমীয়া সংস্কৃতি Assamese Culture Contact For Paid Promotion 9365105442
(1)

06/11/2025

ধূপচুঙা ৰাসৰ ৰসাল দৃশ্য 🙏

06/11/2025

ৰাধা কৃষ্ণ 🙏

06/11/2025

কৃষ্ণ ৰাসলীলা 🙏

06/11/2025

যোৰহাট ৰাস কংস ত্ৰৈলোক্য কাশ্যপ 🙏

05/11/2025

কৃষ্ণৰ মাক গৰাকী চিনি পাইছে নে? 🙏

04/11/2025

দেৰগাঁও নাট্য বিদ্যালয় 🙏

🙏
04/11/2025

🙏

দেৰগাঁও
04/11/2025

দেৰগাঁও

আজিৰ ৰাস দেৰগাঁও আহিব 🙏
04/11/2025

আজিৰ ৰাস দেৰগাঁও আহিব 🙏

03/11/2025

কংসালয় আখৰা 🙏

03/11/2025

কুলেন্দ্ৰ ৰায়চৌধুৰী
নিজকে পৰিচালক, নাট্যকাৰ,অভিনেতা বুলি চিনাকি দিয়ে এই মুখা পিন্ধা লোকজনে।
অসমীয়া সংস্কৃতিক জগত খনত বহুতো লৰা ছোৱালীক চিনেমা কৰা অভিনয় কৰাৰ প্ৰলোভন দি হৰলুকি কৰে হাজাৰ হাজাৰ টকা, বিশেষ কৈ নতুনকৈ অভিনয় জগতৰ প্ৰতি আগ্ৰহী প্ৰতিজন যুৱক যুৱতী তেওঁৰ জালত পৰে, সাংস্কৃতিক পথাৰৰ বিষয়ে ভালকৈ নজনা ছাত্ৰ ছাত্ৰী সকলে অভিনয়ৰ সুযোগ দিম বুলি কলে অলপ হলেও মন মেলিব তাতে নতুনকৈ অহা সকলৰ সপোন থাকে এই জগতত কাম কৰিবৰ বাবে তাৰে যেন সুবিধা লয়, কুলেন্দ্র ৰায়চৌধুৰী নামৰ এই লম্পতটোৱে। অসমীয়া শিল্পী সমাজে আজিলৈকে এওক চিনিব পৰা নাই,, এইয়া এজন ভুক্ত ভুগীৰ ফোন কল ৰেকৰ্ডিং আৰু বহুতো ভুক্তভোগী আছে তেওঁ যাক অন্যায় কৰি আহিছে। এই সকল ধুৰন্ধৰ কেতিয়া ৰাইজৰ আগত মুখা খোল খাব। তাৰে আশাত ৰৈ আছে বহুতো নৱ ভুক্ত ভুগী যুৱক যুৱতী। বাকী ৰাইজে বিচাৰ কৰিব, সময়ে বিচাৰ কৰিব।
মাথো এটা কথা মনত ৰাখিব এজন দুজন ব্যক্তিৰ বাবে অসমীয়া ছবি উদ্যোগটোৰ বদনাম নকৰিব,
এই কথাবোৰ শিল্পী সমাজে গুৰুত্ব দিয়াটো উচিত।🙏

03/11/2025

গোপাল গুৱালিৰ পাৰাতে নাচে 🙏

Address

Guwahati

Alerts

Be the first to know and let us send you an email when অসমীয়া সংস্কৃতি Assamese Culture posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to অসমীয়া সংস্কৃতি Assamese Culture:

Share