Sankar Jyoti

Sankar Jyoti Bohagi network pvt. Limited 1. Shankar Jyoti News is the newest edition of Bohagi Network Pvt. Ltd is among public now.

28/08/2024

ধমধমাৰ শিৰালত ইউ পি পি এল দলৰ যোগদান অনুষ্ঠান। শিৰাল ভি চি ডি চিৰ উদ্যোগত অনুষ্ঠিত এই যোগদান অনুষ্ঠানত বি টি আৰ পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োই ইউ পি পি এল দলত যোগদান কৰা শতাধিক লোকক আদৰণি জনায়।

Follow
https://www.facebook.com/SankarJyotiNews
YouTube
https://youtube.com/


# UPPL

28/08/2024

মৰিয়নিত স্মাৰ্ট মিটাৰৰ বৰ্ধিত বিদ্যুত বিলৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ।
স্মাৰ্ট মিটাৰৰ আতিশৰ্যাত ৰাজপথলৈ ওলাই আহিল ৰাইজ ।

Follow
https://www.facebook.com/SankarJyotiNews
YouTube
https://youtube.com/


26/08/2024

বংগমূলীয় লোকক অৰ্ধ উলংগ কৰি প্ৰহাৰ কৰা ভাইৰেল ভিডিঅ' সন্দৰ্ভত আছুৰ প্ৰতিক্ৰিয়া। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই (আছু) শিৱসাগৰত আয়োজিত সংবাদমেলত বংগমূলীয় লোকক অৰ্ধ উলংগ কৰি প্ৰহাৰ কৰা ভাইৰেল ভিডিঅ' সন্দৰ্ভত আছুৰ জড়িত নথকাৰ কথা স্পষ্ট কৰি দিয়ে।
Follow
https://www.facebook.com/SankarJyotiNews
YouTube
https://youtube.com/


26/08/2024

শিৱসাগৰত লাভ জেহাদৰ ঘটনা!আটক বাবু আলি৷ আৰক্ষীক এজাহাৰ ভুক্তভোগী হিন্দু যুৱতীগৰাকীৰ৷ ২১ আগষ্টত বাবু আলিয়ে প্ৰলোভনেৰে গহপুৰলৈ লৈ গৈছিল হিন্দু যুৱতীগৰাকীক৷ বাবু আলিয়ে ৰংঘৰ চাৰিআলিত ভাৰাতীয়া হিচাপে বাস কৰিছিল ৷ যুৱকৰ ঘৰ তেজপুৰত বুলি জানিব পৰা গৈছে।

Follow
https://www.facebook.com/SankarJyotiNews
YouTube
https://youtube.com/


26/08/2024

যোৰহাটৰ ৰংদৈ দ-গাঁৱত অঘটন।পুখুৰীত গা-ধুবলৈ গৈ সলিল সমাধি এজন যুৱকৰ।
যুৱক জনৰ নাম চিন্ময় কলিতা(২২) ।SDRF ৰ অভিযানত উদ্ধাৰ যুৱক জনৰ মৃ/ত/দে/হ।

Follow
https://www.facebook.com/SankarJyotiNews
YouTube
https://youtube.com/


26/08/2024

বড়িগোগ বাৰাংহাটীত ৰাইনো কাৰাটে একাডেমিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে
দিনজোৰা কাৰ্য্যসূচীৰে কাৰাটে প্ৰশিক্ষণ
Follow
https://www.facebook.com/SankarJyotiNews
YouTube
https://youtube.com/


26/08/2024

মৰিয়নিৰ চেলেংহাট চিৰাখুণ্ডা গাঁৱত এটা নাহৰফুটুকী বাঘৰ পিঞ্জৰাবদ্ধ হৈছে। বন বিভাগৰ দ্বাৰা পতা পিঞ্জৰাত বন্দী বাঘটো। কিছুদিন ধৰি বাঘটোৱে গৰু-ছাগলী আদি পশু ধন মাৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

Follow
https://www.facebook.com/SankarJyotiNews
YouTube
https://youtube.com/


Address

BY Lane NO. 1, BASISTHAPUR, WIRELESS, BELTOLA
Guwahati
781006

Alerts

Be the first to know and let us send you an email when Sankar Jyoti posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sankar Jyoti:

Share