Kabya-Junuka

Kabya-Junuka Life is a river... make sure enjoy the wind

26/03/2024

#সাহিত্য
আপুনি কেৱল কবিতা গল্প লিখি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ৰসৰাজৰ লক্ষ্মীনাথ বেজবৰুৱা, অম্বিকাগিৰী ৰায়চৌধুৰী আদি মহান ব্যক্তিসকলৰ দৰে চানেকিৰে সাহিত্যত জিলিকিম বুলি ভাবিছে তেতিয়া ভুল ভাবিছে। আপোনাৰ দেখোন দেশ , জাতিৰ বাবে মাত মাতিবলৈ সাহসে নাই , না আপুনি অধৰ্মৰ প্ৰতি বিৰোধীতা কৰিবলৈ শিকিছে। তেতিয়া হ'লে আপুনি মোক উত্তৰ দিয়কচোন আমাৰ পিছৰ প্ৰজন্মই আপোনাক কিয় মনত ৰাখিব লাগে? আপোনাৰ কেইটামান বিশেষ কবিতাৰ বাবে কিয় যুগ যুগ ধৰি মনত ৰাখিব লাগে। কোনেও মনত নাৰাখে। আপোনাৰ আত্মজীৱনীত কি লিখিব ???

এবাৰ পুৰণি প্ৰসিদ্ধ সাহিত্যিক সকলৰ জীৱনী পঢ়ক আপুনি, তেওঁলোকক কেৱল লিখাৰ বাবে আমি মনত ৰাখিছোঁ নে ? নে তেওঁলোকৰ নিৰ্ভীক কণ্ঠ আৰু শব্দৰ বাৰে?

#অসম
#কবিতা

31/10/2023

মন গ'লেই কেতিয়াবা কান্দিবা, দেখিবা সজীৱ হৈ উঠিবা

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Kabya-Junuka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kabya-Junuka:

Share