Abhigyan Anurag

Abhigyan Anurag Content intention is only motivational. 3rd party views do not represent the creator. Plz cross-check sources used here. (Disclaimer)
(1)

Anurag disclaims all warranties, expressed or implied, relating to the report or any content.

27/10/2025

মদৰ প্ৰসংগত Puritan বক্তৃতা দিয়াতকৈ অসমীয়াক মদাহী কৰা বেপাৰখন বন্ধ কৰিবনে?

পৃথিৱীত স্বৰ্গ নাই। কিন্তু স্বৰ্গৰ কিছুমান টুকুৰা আছে। প্ৰকৃতি সেই স্বৰ্গৰ টুকুৰাৰেই কিছুমান।♥️📌
27/10/2025

পৃথিৱীত স্বৰ্গ নাই। কিন্তু স্বৰ্গৰ কিছুমান টুকুৰা আছে। প্ৰকৃতি সেই স্বৰ্গৰ টুকুৰাৰেই কিছুমান।♥️📌





🙏🙏🙏🙏
26/10/2025

🙏🙏🙏🙏

26/10/2025

দেউতাকে জুবিনক কিমান ভাল পাইছিল ♥️♥️♥️♥️

 #আমি_সকলোকে_চিনি_পাওঁ
25/10/2025

#আমি_সকলোকে_চিনি_পাওঁ



25/10/2025

কোনোৱে ৰাজনীতিৰ চেলুৰে এতিয়া লাওপাত কচুপাত কথা কৈ জনতাক উত্তেজিত নকৰিব। সাৱধান। এতিয়া আমি জুবিনৰ দুখত দুখী। সম্পদ এটা নোহোৱা হ'ল! হৈছে কি তহঁতৰ ?

জুবিন জীৱন (১২)
24/10/2025

জুবিন জীৱন (১২)

জুবিন জীৱন (১১)  Garrima Saikia Garg
24/10/2025

জুবিন জীৱন (১১)

Garrima Saikia Garg

জুবিন জীৱন (১০)
23/10/2025

জুবিন জীৱন (১০)

জুবিন জীৱন (৮)   জুবিনৰ মৃত্যুৰ পাছত যি হাৰত এচাম চামুচেৰে ভাত খোৱা মধ্যবিত্তৰ মুখা খুলি পৰিল, সমাজত সিহঁত উলংগ হ'ল, সেই...
23/10/2025

জুবিন জীৱন (৮)

জুবিনৰ মৃত্যুৰ পাছত যি হাৰত এচাম চামুচেৰে ভাত খোৱা মধ্যবিত্তৰ মুখা খুলি পৰিল, সমাজত সিহঁত উলংগ হ'ল, সেই ঘটনা দেখি এচাম সেই প্ৰবৃত্তিৰ মানুহৰ বুকু কঁপি আছে। ফোনত কথা পাতিবলৈ ভয় কৰে, কাৰোবাৰ সৈতে ফটো উঠিবলৈ শংকাবোধ কৰে। কাৰণ, সিহঁতেও উলংগ হোৱা গুণ্ডা বাহিনীৰ কেতিয়াবা হলেও লোণ খাই থৈছে । যিকোনো মুহূৰ্ততে, যিকোনো প্ৰসংগতে সিহঁত ডিজিটেল আক্ৰমণৰ বলি হ'ব পাৰে,--এই ভয়তে পেপুৱা লাগি এচাম লোকৰ দিন নাযায়, ৰাতি নুপুওৱা হৈছে ।
চাব্বাছ জুবিন! You are great.🙏

23/10/2025




Address

Guwahati
781012

Alerts

Be the first to know and let us send you an email when Abhigyan Anurag posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Abhigyan Anurag:

Share