07/09/2026
#চৰকাৰী কাৰ্যালয়,থানাত থকা দালালৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব এক্সন।
#দালালৰ বিৰুদ্ধে অভিযোগ দিবলৈ মুকলি হ'ব পৰ্টেল।
#দালাল দেখিলেই বা দালালি ধৰা পৰিলেই দিব পাৰিব অভিযোগ।
#মুখ্যমন্ত্ৰীৰ ঘোষণা ৷