Kashmiree's Space

Kashmiree's Space Hello everyone, I post videos to spread positivity❤. Follow my page , encourage me❤. মোৰ পেজটো সকলোৱে মৰমেৰে আদৰি ল'ব বুলি আশা কৰিলোঁ

প্ৰিয় চাহকাপ❤️
07/10/2025

প্ৰিয় চাহকাপ❤️

সময় গৈ থাকে , কাকো বাট নেচায়।  বয়সো বাঢ়ি যায়, সময়ৰ স'তে কাকো ৰ'বলৈ নকয় ।
05/10/2025

সময় গৈ থাকে , কাকো বাট নেচায়। বয়সো বাঢ়ি যায়, সময়ৰ স'তে কাকো ৰ'বলৈ নকয় ।

Evening tea
04/10/2025

Evening tea

গধূলিৰ চাহকাপ কোনোদিনেই বাদ দিব নোৱাৰি
02/10/2025

গধূলিৰ চাহকাপ কোনোদিনেই বাদ দিব নোৱাৰি

মোৰ বাবে এনে হয় চাহকাপ ল'লেহে কাম কৰি যাব পাৰি 😊
01/10/2025

মোৰ বাবে এনে হয় চাহকাপ ল'লেহে কাম কৰি যাব পাৰি 😊

সতেজ খাদ্য খাওক , শৰীৰ ভালে ৰাখক , নিজৰ আৰু দহৰ উপকাৰত অহা কাম কৰি যাওঁক।
01/10/2025

সতেজ খাদ্য খাওক , শৰীৰ ভালে ৰাখক , নিজৰ আৰু দহৰ উপকাৰত অহা কাম কৰি যাওঁক।

ঘৰতে চাহ খাই বহি আছোঁ।
30/09/2025

ঘৰতে চাহ খাই বহি আছোঁ।

সুপ্ৰভাত সকলোকে
30/09/2025

সুপ্ৰভাত সকলোকে

ফটোখন মোৰ কৰ্মস্থলীৰ, খোলা দিনতে তোলা😊
28/09/2025

ফটোখন মোৰ কৰ্মস্থলীৰ, খোলা দিনতে তোলা😊

প্ৰিয় জলপান 😊, প্ৰিয় জলপানেৰে শৰীৰ সজীৱ। দুদিনমানৰ আগতে খাইছিলো , ফটো তুলি থ'লোঁ। কোমল চাউল , জুলীয়া গুড়, ক্ৰীম, বোলো আজ...
28/09/2025

প্ৰিয় জলপান 😊, প্ৰিয় জলপানেৰে শৰীৰ সজীৱ। দুদিনমানৰ আগতে খাইছিলো , ফটো তুলি থ'লোঁ। কোমল চাউল , জুলীয়া গুড়, ক্ৰীম, বোলো আজি দিও ফটোখন , কাৰ কাৰ প্ৰিয় এই জলপান?

Good morning friends ,প্ৰত্যুষতে গৈ থকা সময়ৰ স'তে মিতিৰালি😊
27/09/2025

Good morning friends ,প্ৰত্যুষতে গৈ থকা সময়ৰ স'তে মিতিৰালি😊

জুবিন ,তুমি মন গধুৰ কৰি থৈ গ'লা। তথাপিও আজিৰ পৰা নিজৰ পেজৰ  কামবোৰ কৰি যাম । তোমাৰ ক্ষেত্ৰত হোৱা অন্যায়ৰ বিচাৰ এৰি দিছো ...
26/09/2025

জুবিন ,তুমি মন গধুৰ কৰি থৈ গ'লা। তথাপিও আজিৰ পৰা নিজৰ পেজৰ কামবোৰ কৰি যাম । তোমাৰ ক্ষেত্ৰত হোৱা অন্যায়ৰ বিচাৰ এৰি দিছো মাত্ৰ ভগবানৰ ওপৰত । কাৰণ কাকোয়েই বিশ্বাস কৰিব নোৱাৰি, সেয়া তোমাৰ মৃত্যুয়েই শিকালে।
#

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Kashmiree's Space posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kashmiree's Space:

Share