JYOTI TIME NEWS.

JYOTI TIME NEWS. JYOTI TIME NEWS is a Digital News Channel.

30/04/2025

▶️ শ্ৰীশ্ৰী বিষ্ণু সত্ৰৰ বাৰ্ষিক বৰসভা আৰু ২৪ঘণ্টীয়া অখণ্ড শ্ৰীমদ্ভাগৱত পাঠৰ আয়োজন।

24/01/2025

▶️ গুৱাহাটী ফটাশিল আমবাৰী কালি মন্দিৰৰ নিবাসী শ্ৰীযুত শৈল্যধৰ কলিতাৰ গৃহত হৰিনাম ধ্বনিৰে উপচি পৰে।

19/11/2024

▶️ কৰিমগঞ্জত অসম সত্ৰ মহাসভাৰ দ্বাৰা সত্ৰীয়া সংস্কৃতি দিৱস পালন নৃত্য, গীত আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে।

20/08/2024

▶️ দিছপুৰ থানাৰ অন্তৰ্গত শ্ৰীমন্ত শঙ্কৰ কৃষ্টি কেন্দ্ৰ সমিতি নামঘৰত ,শাওঁন মাহৰ সংক্ৰান্তি দিনৰে পৰা, হৰি নামেৰে উদুলি-মুদুলী পৰিৱেশ হৈ পৰিছে।

05/08/2024

গুৱাহাটী খানাপাৰাৰ ভয়ঙ্কৰ বানৰ প্ৰতিবেদন।

30/07/2024

পৱিত্ৰ শাওঁন মাহৰ দ্বিতীয় সোম বাৰৰ পামহী স্থিত ভিমাশঙ্কৰ জ্যোতিৰ্লিংগত উপস্থিত হোৱা বল-বোম যাত্ৰী সকলৰ প্ৰতিবেদন।

10/06/2024

পুনৰ অপহৰণৰ কাণ্ড সংঘটিত হৈছে ছয়গাঁওত, অপহৰণকাৰী মিনাক্ষী ৰাভাক বিচাৰি উলিয়াই কঠোৰ শাস্তি দিয়াৰ ভাবুকি সনাতনী বীৰ হিন্দুসেনাৰ প্ৰধান আংচ কাইদ পাঠকৰ ।

04/05/2024

ধেমাজি জিলাৰ অন্তৰ্গত মাছখোৱা বৰবাম গোহাঁই গাওঁত স্থাপন কৰা হয় শ্ৰীশ্ৰী বিষ্ণু সত্ৰৰ শাখা সত্ৰ।

01/05/2024

ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ভগামুৰ মিলন সংঘৰ সৌজন্যত দ্বাদশ বাৰ্ষিক ৰঙালী বিহু সন্মিলন আয়োজন।।

26/04/2024

মিৰ্জা, লোহাৰঘাট বৰঝাৰ সন্ধ্যাপাৰ‌‌‌ গাওঁত শ্ৰীশ্ৰী বিষ্ণু সত্ৰত বছৰেকীয়া বৰসভাৰ আয়োজন।

22/04/2024

বিশ্ব শান্তিৰ বাবে অসম সত্ৰ মহাসভাৰ মহাপাল নামৰ আয়োজন।

25/03/2024

চান্দমাৰী কৃষ্ণনগৰ বিকাশ কেন্দ্ৰ নামঘৰত দৌল উৎসৱ আয়োজন।

Address

Mirza, GUWAHATI, MORAN HUT, SHIVSAGAR
Guwahati

Alerts

Be the first to know and let us send you an email when JYOTI TIME NEWS. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to JYOTI TIME NEWS.:

Share