My Guwahati

My Guwahati Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from My Guwahati, Media/News Company, Guwahati.
(1)

মনোৰঞ্জন-ট্ৰেণ্ডিং-ভাইৰেল খবৰ, 𝙛𝙪𝙣𝙣𝙮 𝙢𝙚𝙢𝙚 আদিৰ একমাত্ৰ নিৰ্ভৰযোগ্য আৰু নম্বৰ_1বহুভাষিক প'ৰ্টেল 𝙏𝙝𝙚 𝙉𝙤. 𝙊𝙣𝙚 24𝙓7 𝙄𝙣𝙛𝙤𝙩𝙖𝙞𝙣𝙢𝙚𝙣𝙩 𝙈𝙪𝙡𝙩𝙞𝙡𝙞𝙣𝙜𝙪𝙖𝙡 𝙋𝙤𝙧𝙩𝙖𝙡 𝙤𝙛 𝘼𝙨𝙨𝙖𝙢. 𝙁𝙤𝙡𝙡𝙤𝙬 𝙐𝙨🥰🙏
WhatsApp: 7896754700

অসমৰ যোৰহাটত আজৱ ঘটনা ! কি দিন-কাল আহিল ! সকলোফালে মাত্ৰ AI
26/12/2025

অসমৰ যোৰহাটত আজৱ ঘটনা ! কি দিন-কাল আহিল ! সকলোফালে মাত্ৰ AI

কি অপূৰ্ব সৃষ্টি ! ব্ৰজেন খুৰাই নাৰিকলৰ পাতেৰে বনাইছে এইবাৰ জুবিন গাৰ্গক ! আচৰিত
22/12/2025

কি অপূৰ্ব সৃষ্টি ! ব্ৰজেন খুৰাই নাৰিকলৰ পাতেৰে বনাইছে এইবাৰ জুবিন গাৰ্গক ! আচৰিত

21/12/2025

জুবিন দাৰ সমান কোনোৱে হব নোৱাৰে কিন্তু বৰণ বিকাশৰ কন্ঠত জুবিন দাৰ কণ্ঠ বিচাৰি পাইছো যেন অনুভৱ হয়।

ব্ৰজেন খুৰাই বাহেৰে বনাইছে !
08/12/2025

ব্ৰজেন খুৰাই বাহেৰে বনাইছে !

ব্ৰজেন খুৰাৰ প্ৰতিভা চাওঁক ! বাঁহেৰে দাদা আৰু বৌক বনালে
06/12/2025

ব্ৰজেন খুৰাৰ প্ৰতিভা চাওঁক ! বাঁহেৰে দাদা আৰু বৌক বনালে

ব্ৰজেন খুৰাৰ হাতৰ কাম দেখিলে আপুনি আচৰিত হৈ যাব ! ভাইৰেল হ'লে এইবোৰ হ'ব লাগে
01/12/2025

ব্ৰজেন খুৰাৰ হাতৰ কাম দেখিলে আপুনি আচৰিত হৈ যাব ! ভাইৰেল হ'লে এইবোৰ হ'ব লাগে

ব্ৰজেন খুড়াৰ নতুন সৃষ্টি ! সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল এতিয়া ব্ৰজেন খুড়া
29/11/2025

ব্ৰজেন খুড়াৰ নতুন সৃষ্টি ! সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল এতিয়া ব্ৰজেন খুড়া

এই প্ৰতিভাশালী ব্যক্তিজনৰ নাম ব্ৰজেন বুলি শুনিছো ! কোনোবাই ফোন নম্বৰটো দিব পাৰিব নেকি!
27/11/2025

এই প্ৰতিভাশালী ব্যক্তিজনৰ নাম ব্ৰজেন বুলি শুনিছো ! কোনোবাই ফোন নম্বৰটো দিব পাৰিব নেকি!

প্রচণ্ড কঠোৰ পৰিশ্ৰমৰ ফলত, বিখ্যাত আন্তঃৰাষ্ট্রীয় অসমীয়া সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই অৱশেষত প্ৰথম অসমীয়া হিচাপে মান্...
23/11/2025

প্রচণ্ড কঠোৰ পৰিশ্ৰমৰ ফলত, বিখ্যাত আন্তঃৰাষ্ট্রীয় অসমীয়া সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই অৱশেষত প্ৰথম অসমীয়া হিচাপে মান্দভী দলংৰ পৰা জুৱাৰী দলংলৈ দুয়োদিশে সাঁতুৰি (৬৪ কিলোমিটাৰ) সফলভাৱে সম্পূৰ্ণ কৰিলে। তেওঁৰ বাবে ই কঠিন কাম আছিল কাৰণ তেওঁ যথেষ্ট ডাঙৰ মাছ, বহু জেলীফিছ আৰু ডলফিনৰ লগত সাঁতুৰিবলগীয়া হৈছিল আৰু কিছুমান অংশত সোঁতৰ বিপৰীতে সাঁতুৰিবলগীয়া হৈছিল। উল্লেখযোগ্য যে এই সাঁতোৰটো সামগ্রিকভাৱে অতি ক্লান্তিকৰ আছিল। আমি মাই গুৱাহাটী টিমৰ তৰফৰ পৰা তেওঁৰ ভৱিষ্যতৰ বাবে আৰু অধিক সফলতা কামনা কৰিলো 🥰

হুৱাটচএপত এইটো এপ আহিছে যদি লগে লগে ডিলিট কৰক ! কোনো লোকক শ্বেয়াৰ নকৰিব ! এইটো ক্লিক কৰি ইন্ষটল কৰিলে আপোনাৰ বেংক একাউন্...
21/11/2025

হুৱাটচএপত এইটো এপ আহিছে যদি লগে লগে ডিলিট কৰক ! কোনো লোকক শ্বেয়াৰ নকৰিব ! এইটো ক্লিক কৰি ইন্ষটল কৰিলে আপোনাৰ বেংক একাউন্টৰ পৰা ৫০০০ টকাকৈ ওলাই যোৱাৰ সম্ভাৱনা আছে ! এয়া চাইবাৰ অপৰাধীৰ নতুন কৌশল ! সাৱধান হওঁক আৰু পোষ্টটো শ্বেয়াৰ কৰি দিয়ক !

অনুৰাগী হ'লে এনেকু‍ৱা হ'ব লাগে
04/11/2025

অনুৰাগী হ'লে এনেকু‍ৱা হ'ব লাগে

02/11/2025

ইতিহাস ৰচনা কৰি মহিলা বিশ্বকাপৰ খিতাপ দখল ভাৰতীয় ক্ৰিকেট দলৰ

Address

Guwahati

Telephone

+917896754700

Website

Alerts

Be the first to know and let us send you an email when My Guwahati posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to My Guwahati:

Share