সাৰঙ্গ সাংস্কৃতিক সমাজ, আমগুৰি শিৱসাগৰ

  • Home
  • India
  • Guwahati
  • সাৰঙ্গ সাংস্কৃতিক সমাজ, আমগুৰি শিৱসাগৰ

সাৰঙ্গ সাংস্কৃতিক সমাজ, আমগুৰি শিৱসাগৰ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from সাৰঙ্গ সাংস্কৃতিক সমাজ, আমগুৰি শিৱসাগৰ, Digital creator, COUNTRY/INDIA/STATE/ASSAM/DIS/SIVSAGAR, Guwahati.

 #শিৱসাগৰ জিলাৰ আমগুৰিৰ কেইজনমান ভাওনা সংস্কৃতিৰ অনুৰাগী যুৱকৰ উদ্যোগত ২০১৪ চনতে প্ৰতিষ্ঠিত ..তথা অসমৰ বিভিন্ন ভাওনা প্ৰ...
08/07/2025

#শিৱসাগৰ জিলাৰ আমগুৰিৰ কেইজনমান ভাওনা সংস্কৃতিৰ অনুৰাগী যুৱকৰ উদ্যোগত ২০১৪ চনতে প্ৰতিষ্ঠিত ..তথা অসমৰ বিভিন্ন ভাওনা প্ৰতিযোগিতাত কেইবাবাৰো প্ৰথম,দ্বিতীয়, তৃতীয় দলগত পুৰস্কাৰ প্ৰাপ্ত " সাৰঙগ সাংস্কৃতিক সমাজ, আমগুৰিয়ে " ৰাইজৰ আশীৰ্বাদ শিৰত লৈ এই বৰ্ষৰ বিভিন্ন প্ৰতিযোগীতা আৰু আমন্ত্ৰণ মূলক ভাওনাৰ বাবে আমি পৰিৱেশন কৰিবলৈ সাজু হৈছোঁ বিশিষ্ট নাট্যকাৰ তথা শ্ৰেষ্ঠ নাট্যকাৰ বঁটা প্ৰাপ্ত ও শ্ৰেষ্ঠ অভিনেতাৰ সন্মানৰ প্ৰাপ্ত অভিনেতা শ্ৰীমান সিদ্ধাৰ্থ সৌৰভ বৰা ৰ দ্বাৰা নাট্যৰূপ প্ৰাপ্ত #" মনিকণ্ঠৰ জন্ম ৰহস্য, মহিষী মুক্তিলাভ"
#পৰিচালক - একাধিকবাৰ শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ পৰিচালক সন্মান প্ৰাপ্ত শ্ৰী ৰক্তিম বৰা..

02/07/2025

ইন্দ্ৰ আৰু হিৰনাক্ষ যুদ্ধ।।


Address

COUNTRY/INDIA/STATE/ASSAM/DIS/SIVSAGAR
Guwahati
785680

Website

Alerts

Be the first to know and let us send you an email when সাৰঙ্গ সাংস্কৃতিক সমাজ, আমগুৰি শিৱসাগৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share