Monjit Gogoi News

Monjit Gogoi News Monjit Gogoi

Gen Z মানে কি? আপুনি কোনটো প্ৰজন্মৰ? what is GenZ?  Explained in  ASSAMESEhttps://youtu.be/pXELf7TZOEI?si=YrgYAxA5e2x3IL...
10/09/2025

Gen Z মানে কি?
আপুনি কোনটো প্ৰজন্মৰ?
what is GenZ?
Explained in ASSAMESE

https://youtu.be/pXELf7TZOEI?si=YrgYAxA5e2x3ILyT

In this video, we break down all the generations in a fun and simple way — from the Baby Boomers to the newest kids on the block, Gen Alpha. Whether you're G...

কাশ্মীৰ ফাইলছ চাবলৈ চৰকাৰী কৰ্মচাৰীয়ে পাব অৰ্ধছুটিঃ মুখ্যমন্ত্ৰীৰ ঘোষণা। সতীৰ্থ মন্ত্ৰী আৰু বিধায়কসকলৰ সৈতে অতিকৈ চৰ্চিত...
16/03/2022

কাশ্মীৰ ফাইলছ চাবলৈ চৰকাৰী কৰ্মচাৰীয়ে পাব অৰ্ধছুটিঃ মুখ্যমন্ত্ৰীৰ ঘোষণা। সতীৰ্থ মন্ত্ৰী আৰু বিধায়কসকলৰ সৈতে অতিকৈ চৰ্চিত ছবি কাশ্মীৰ ফাইলছ উপভোগ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছবিখন উপভোগ কৰাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে এটা বিশেষ ঘোষণা। তেওঁ ঘোষণা কৰিলে যে, যিসকল চৰকাৰী কৰ্মচাৰীয়ে ছবিখন চাব বিচাৰে তেওঁলোকে অৰ্ধছূটী লৈ চিনেমাখন উপভোগ কৰিব পাৰে। উল্লেখযোগ্য যে, এই চিনেমাখনক লৈ সমগ্ৰ দেশজুৰি তীব্ৰ বিৰ্তকৰ আৰম্ভ হৈছে। এই ছবিখন নিষিদ্ধকৰণৰ দাবী উত্থাপন কৰিলে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। উল্লেখযোগ্য যে, এই চিনেমাখনক লৈ সমগ্ৰ দেশজুৰি তীব্ৰ বিৰ্তকৰ আৰম্ভ হৈছে। এই ছবিখন নিষিদ্ধকৰণৰ দাবী উত্থাপন কৰিলে AIUDF প্ৰধান বদৰুদ্দিন আজমলে।

04/03/2022


-অপাৰেচন গংগা সঁচাকৈয়ে সফল হৈছে নে?
-সুমী ষ্টেট ইউনিভাৰ্ছিটিৰ পৰা এতিয়ালৈ এজনো ছাত্ৰ-ছাত্ৰী উভতিব পৰা নাই কিয়?
-যুদ্ধভূমিৰ পৰা নিকিতা শৰ্মাৰ টেলিফোন।

04/03/2022
আপোনাৰ মতামত...?
03/03/2022

আপোনাৰ মতামত...?

01/03/2022
Shiva unites with Shakti to create.
01/03/2022

Shiva unites with Shakti to create.

এগৰাকীৰ পিছত আনগৰাকী অসমীয়া সন্ধানহীন। আলফাত যোগদানৰ সন্দেহ মাৰ্ঘেৰিটাৰ দুই যুৱকৰ। উজনিৰ ৩০ যুৱক-যুৱতীৰ লগতে নামনিৰো ১৫ ...
28/02/2022

এগৰাকীৰ পিছত আনগৰাকী অসমীয়া সন্ধানহীন। আলফাত যোগদানৰ সন্দেহ মাৰ্ঘেৰিটাৰ দুই যুৱকৰ। উজনিৰ ৩০ যুৱক-যুৱতীৰ লগতে নামনিৰো ১৫ যুৱক-যুৱতীৰ আলফাত(স্বাঃ) যোগদানৰ ভয়ংকৰ খবৰ চোৰাংচোৱাৰ হাতত।
JOINING

25/02/2022

°SUICIDE LIVE

গুৱাহাটীত ১৩ বছৰীয়া কিশোৰীৰ আত্মহত্যাৰ চেষ্টা । তিনি মহলাৰ পৰা জঁপিয়ালে ১৩বছৰীয়া কিশোৰীয়ে। সংকটজনক অৱস্থাত হেল্থ চিটি হাস্পতালত চিকিৎসাধীন কিশোৰী গৰাকী। ভিডিও আবদ্ধ হৈছে এপাৰ্টমেণ্টতোৰ CCTVত ।

11/01/2022

ভোগালী বিহুক লৈ সান্ধ্য আইনৰ শিথিলতা

নিশা ১০ বজাৰ পৰিবৰ্তে ১১ বজাৰত সান্ধ্য আইন আৰম্ভ

বিপৰীতে পুৱা ৬ বজাৰ পৰিবৰ্তে ৪ বজাত শেষ হব সান্ধ্য আইন - CM

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Monjit Gogoi News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category