Mirror of AXOM

Mirror of AXOM DILIP HUZURI PATH, SARUMATORIA, Dispur, India, Assam
094350 06295

27/12/2023

আজি মুখ্য মন্ত্ৰীয়ে ঘোষণা কৰিলে দশ হাজাৰ অতকৈ অধিক পদৰ বিজ্ঞাপন

23/12/2023

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ আজি ৭২ সংখ্যক জন্মদিন উপলক্ষে অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক শুভেচ্ছা জ্ঞাপন কৰে।


16/12/2023

📌শান্তি, প্ৰগতি আৰু সমন্বয়ৰ প্ৰতীক হৈ পৰিছে BTR
📌যোৱা তিনি বছৰত ব্যাপক সলনি হৈছে BTR অঞ্চলত
📌BJP-UPPL-GSPৰ BTR শাসনৰ তিনি বছৰ সম্পুৰ্ণ
📌গুৱাহাটীত সংবাদমেল সম্বোধন BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ

27/11/2023

মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ হৈছে নেকি বিধানসভাৰ পৰিচালনাত?

হস্তক্ষেপ নকৰিবলৈ অনুৰোধ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।

বিধানসভাৰ পৰম স্বকীয়তা অক্ষুন্ন ৰাখিবলৈ আহ্বান বিৰোধী দলপতিৰ।

27/11/2023

এগৰাকী মাতৃৰ হিয়াভগা কান্দোনেৰে কাতৰ আহ্বান সংগঠনলৈ ঘৰৰ ল’ৰা ঘৰলৈ উভতাই পঠাওক।

27/11/2023

আজি হোজাইৰ নাজিৰ আজমল মেমৰিয়েল কলেজত সম্বৰ্ধনা অনুষ্ঠান

ভাৰতবাসীৰ সমৃদ্ধি কামনাৰে তিৰুমালা মন্দিৰ দৰ্শন প্ৰধানমন্ত্ৰীৰ
27/11/2023

ভাৰতবাসীৰ সমৃদ্ধি কামনাৰে তিৰুমালা মন্দিৰ দৰ্শন প্ৰধানমন্ত্ৰীৰ

23/11/2023

'মানুহে যেতিয়া কয় যে মই হিন্দুৰ স্বাৰ্থত ৰাজনীতি কৰো তেতিয়া মোৰ গৌৰৱ অনুভৱ হয়'

23/11/2023

দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ এম ফাতিমা বিভিৰ দেহাৱসান
23/11/2023

দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ এম ফাতিমা বিভিৰ দেহাৱসান

"আছু কেৱল আছুৰ মতে চলিব,কাৰো কথাত উঠা বহা নকৰে আছুয়ে"-শংকৰজ্যোতি বৰুৱা
23/11/2023

"আছু কেৱল আছুৰ মতে চলিব,কাৰো কথাত উঠা বহা নকৰে আছুয়ে"

-শংকৰজ্যোতি বৰুৱা

Address

DILIP HUZURI PATH, SARUMATORIA, Dispur, India
Guwahati

Telephone

+919435006295

Website

Alerts

Be the first to know and let us send you an email when Mirror of AXOM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share