19/06/2026
প্ৰায় ১ টা বছৰৰ পিছত জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰৰ কণ্ঠত এটা নতুন গীত। কিছু পৃথক আৰু কিছু নতুন চিন্তাৰ অলমেৰে বাণীবদ্ধ কৰা হৈছে গানটো। শুনি সুকীয়া আমেজ পাব আপুনি।
https://www.youtube.com/watch?v=Ick6jan0nH4