07/07/2026
নমস্কাৰ সকলোকে,
মই “MNK’s Pickle" নামৰ এটি সৰু ঘৰুৱা আচাৰৰ উদ্যোগ আৰম্ভকৰিছোঁ। পৰিয়াল আৰু বন্ধুবৰ্গৰ বাবে মৰমেৰে আচাৰ বনোৱাৰ যি অভ্যাস আছিল, সেয়াই এতিয়া মোৰ নিজৰ এক সপোনক বাস্তৱ ৰূপ দিয়াৰ এক সৰু প্ৰয়াস হৈ পৰিছে।
প্রতিবিধ আচাৰ যত্ন, পৰম্পৰাগত ৰেচিপি আৰু উৎকৃষ্ট মানৰ উপাদানেৰে প্ৰস্তুত কৰা হয়|💞
যদি আপুনি ঘৰুৱা খাদ্য ভাল পায়, তেন্তে মোৰ এই MNK’s Pickle আদৰি ল'ব আৰু এই পেজখন আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিবলৈ আন্তৰিক অনুৰোধ জনালোঁ।
এই নতুন আৰম্ভণিৰ অংশীদাৰ হোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ।❤️
বৰ্তমান আমাৰ উপলব্ধ আচাৰ সমূহ -🫙🌶️🍒🧄 আমৰ জলা আচাৰ/spicy mango pickle ভূত জলকীয়া আচাৰ/ King chilli pickle আমলখি আচাৰ/ Amla pickle মিঠা বগৰী/sweet bogori বাহ গাজৰ আচাৰ/bambooshoot pickle কেচা বাহ গাজ/raw bambooshoot কৰ্দৈ আচাৰ/star fruit pickle
☎️dm to order- 7002581949
゚viralシ