GenZ Live

GenZ Live নৱ প্ৰজন্মৰ ঐক্যবদ্ধ শক্তিয়েই GenZ Live ৰ শিৰোনামৰ আঁৰৰ শব্দ।

17/12/2023

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয় সোণালী জয়ন্তী লগত সংগতি ৰাখি সাধাৰণ সভা আৰু প্ৰীতিভোজ।

15/12/2023

আজিৰে পৰা লখিমপুৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে স্বৰ্গীয় বিল্লু সিং সোঁৱৰণীত বিংশতম সদৌ অসম অপেচাদাৰী মুইথাই প্ৰতিযোগিতা আৰম্ভ হয়।

15/12/2023

অসমৰ জনপ্রিয় কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ নতুন গীত দুলহান বানামি গীতটি যথেষ্ট জনপ্ৰিয়তা অৰ্জন লাভ কৰিছে।
Achurjya Borpatra

10/12/2023

আজি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিহু কৃষ্টি পৰিষদ,অসম লক্ষীমপুৰ জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।

01/12/2023

আজি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ে বৰবিল গাওঁত AIDS দিৱস উদযাপন কৰে।

GenZ Live আপোনালোকৰ মাজত উপলব্ধ।Gen Z Live is available to all of you.
01/12/2023

GenZ Live আপোনালোকৰ মাজত উপলব্ধ।
Gen Z Live is available to all of you.

Address

Guwahati

Alerts

Be the first to know and let us send you an email when GenZ Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share