Mising LUTAD News

Mising LUTAD News Musing LUTAD for rengam, rising voice for msing tani.

06/06/2026

গোগামুখৰ প্ৰকৃতিপ্ৰেমী দিপকুমাৰ পেগুৰ উদ্যোগত গোগামুখ এদুত গাঁৱত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি অক্সিজেন ক্ষেত্ৰ মুকলি ।এই অক্সিজেন ক্ষেত্ৰত দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৭৪ গৰাকী শিল্পীৰ নামত মেগুনি গছ ৰোপণ কৰা হয়।

04/06/2026

গোগামুখ নগৰত থকা True fitness Gymৰ মুখ্য প্ৰশিক্ষক বিশাল মিলিৰ সুন্দৰ পদক্ষেপ। শাৰিৰীক প্ৰশিক্ষণ দি আহিছে বিশাল মিলিয়ে এই সন্দৰ্ভত গোগামুখৰ পৰা প্ৰসেনজিত চায়েঙীয়াৰ এক সুন্দৰ প্ৰতিবেদন আছে চাও আহক।

03/06/2026
🔴 BREAKING NEWS🔴 মাজুলীত নাবালিকাক দলবদ্ধ কুকাৰ্য।⚫ গৰ্ভৱতী নাবালিকা ১২ বছৰীয়া কিশোৰী।⚫ আৰক্ষীৰ জালত ৬ লম্পট পাষণ্ড ।⚫ খ...
02/06/2026

🔴 BREAKING NEWS
🔴 মাজুলীত নাবালিকাক দলবদ্ধ কুকাৰ্য।
⚫ গৰ্ভৱতী নাবালিকা ১২ বছৰীয়া কিশোৰী।
⚫ আৰক্ষীৰ জালত ৬ লম্পট পাষণ্ড ।
⚫ খগেন দলে, ধৰ্মকান্ত পেগু, যোগেন দলে, নাথুৰাম দলে, প্ৰভুৰ দলে আদি অভিযুক্ত।
⚫ POCSO আইনৰ অধীনত গ্ৰেপ্তাৰ অভিযুক্তক।
⚫ নাবালিকাক দীৰ্ঘদিন ধৰি চলাই আহিছিল শাৰীৰিক নিৰ্যাতন।
📍 মিচিং লুতাদ নিউজ
“সত্যৰ সৈতে, জনতাৰ বাবে”

Happy Dabur Puja
30/05/2026

Happy Dabur Puja

যেতিয়া এজন শিশুৰ মৃত্যুৰ দৰে সংবেদনশীল আৰু বেদনাদায়ক ঘটনাৰ তদন্ত চলি থাকে, তেতিয়া সমাজে আৰক্ষীৰ পৰা দায়িত্বশীলতা, গম্ভীৰ...
27/05/2026

যেতিয়া এজন শিশুৰ মৃত্যুৰ দৰে সংবেদনশীল আৰু বেদনাদায়ক ঘটনাৰ তদন্ত চলি থাকে, তেতিয়া সমাজে আৰক্ষীৰ পৰা দায়িত্বশীলতা, গম্ভীৰতা আৰু মানবিক আচৰণ আশা কৰে। কিন্তু সংবাদমেলাৰ দৰে গুৰুত্বপূর্ণ মঞ্চত হাঁহি-ধেমালি কৰা আচৰণে সাধাৰণ মানুহৰ মনত গভীৰ আঘাত দিয়ে।

প্রতিখন জিলাত তিনিখনকৈ উল্লেখনীয় শিক্ষানুষ্ঠান স্থাপন কৰি আমি ৰাজ্যখনত মানৱ সম্পদৰ এক শক্তিশালী পৰিৱেশ গঢ়ি তুলিবলৈ বিচা...
27/05/2026

প্রতিখন জিলাত তিনিখনকৈ উল্লেখনীয় শিক্ষানুষ্ঠান স্থাপন কৰি আমি ৰাজ্যখনত মানৱ সম্পদৰ এক শক্তিশালী পৰিৱেশ গঢ়ি তুলিবলৈ বিচাৰিছোঁ।

26/05/2026

গোগামুখৰ চাউধোৱাৰ কণমানি আৰাধ্যাই নাচি ভাগি ভালপাই,২০২৬বৰ্ষৰ বহাগী মেলা,বহাগী উৎসৱ,বহাগী সন্মিলন, বহাগী বিদায় অনুষ্ঠান সমূহত সৰুবিহুৱতী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম স্হান ২৬ টা দ্বিতীয় স্থান ২৪ টা আৰু তৃতীয় স্থানত ৬টা সৰ্বমুঠ ৫৬ টা পুৰস্কাৰ লাভ কৰি গোগামুখ চাউধোৱা বালিগাৱৰ বলোৰাম টাইদ আৰু অংকিতা টাইদৰ সুজোগ্য কন্যা।

লখিমপুৰৰ লালুকত ভয়ংকৰ পথ দুৰ্ঘটনা।  National Highwayত দুখন তীব্ৰবেগী বাইকৰ  মুখামুখি সংঘৰ্ষ।
25/05/2026

লখিমপুৰৰ লালুকত ভয়ংকৰ পথ দুৰ্ঘটনা। National Highwayত দুখন তীব্ৰবেগী বাইকৰ মুখামুখি সংঘৰ্ষ।

Address

Ganeshguri, KahiLipara Road, North Lakhimpur, Silapathar
Guwahati
781005

Alerts

Be the first to know and let us send you an email when Mising LUTAD News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mising LUTAD News:

Share