News Live

News Live This is the official page of NEWS LIVE, the most-watched satellite News Channel in Assam

This is the official page of NEWS LIVE, the most-watched satellite channel in the North-east.

11/02/2026

উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল |

11/02/2026

📌সম্পূৰ্ণ হৈ উঠিছে দুলীয়াজানৰ প্ৰথমখন উৰণ সেতু। শীঘ্ৰেই মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে।
📌বৰ অসমৰ স্ৰষ্টা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ নামেৰে উৰণ সেতুখন নামকৰণ কৰিবলৈ দাবী টাই আহোম যুৱ পৰিষদৰ।

11/02/2026

📌পত্নীৰ বাসগৃহত যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত ডুমডুমা।
📌কাকজানৰ বিতোপন মৰাণ নামৰ যুৱকৰ বিহপান কৰি মৃত্যুক লৈ ৰহস্য।
📌পত্নী পৰিয়ালে যুৱকজনক হত্যা কৰাৰ অভিযোগ যুৱকজনৰ পৰিয়ালৰ।
📌ডুমডুমা সমজিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰতিবাদ ৰাইজৰ।

11/02/2026

📌হাজোত শ্বহীদক চূড়ান্ত অপমান প্ৰদেশ কংগ্ৰেছৰ।
📌আছুৰ শ্বহীদ বেদীত দলীয় পতাকা আঁৰি অপমান কৰিলে কংগ্ৰেছে।
📌কাণ্ড জ্ঞানহীনতাৰ বাবেই শ্বহীদ বেদীত নিশালৈ উৰি থাকিল কংগ্ৰেছী পতাকা।
📌বকোৰ বিধায়িকা নন্দিতা দাসৰ নেতৃত্বত অনুস্থিত হৈছিল এই দলীয় বৈঠক।

11/02/2026

📌আজিৰে পৰা আৰম্ভ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। ৪ টা শাখাত পৰীক্ষাত অৱতীৰ্ণ হ’ব মুঠ ৩,৩০,৭৪৪ গৰাকী পৰীক্ষাৰ্থী। ১৬ মাৰ্চলৈ চলিব পৰীক্ষা।

11/02/2026

📌১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী দলং।
📌ঐতিহাসিক দিনটোৰ বাবে অপেক্ষা ৰাইজৰ। উত্তৰ গুৱাহাটীলৈ সুচল হ'ব যাতায়াত।
📌মুখ্যমন্ত্ৰীৰ সৱল নেতৃত্বত অতি কম দিনৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিল ৬ লেনযুক্ত দলঙখন।
📌মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা উত্তৰ গুৱাহাটীবাসীৰ।

11/02/2026

📌খুমটাইৰ যোগিবাৰীত এতিয়া সাঁচি গছৰ ‘সোণালী’ বজাৰ। সাঁচি খেতিৰে স্বাৱলম্বী খুমটাইৰ শ শ যুৱক।

10/02/2026

📌যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় আৰু ASRLMৰ মাজত এক বিশেষ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ। এই প্ৰকল্পৰ অধীনত গ্ৰাম্যাঞ্চলৰ ২৫০ গৰাকী পৰ্যন্ত উদ্যোগীক প্ৰয়োজনীয় সকলোধৰণৰ সহযোগ আগবঢ়াই জীৱিকা অৰ্জনৰ নতুন পথ দেখুওৱা হ'ব। ASRLMৰ সঞ্চালক কুণ্টলমণি শৰ্মা বৰদলৈ আৰু NEATEHUBৰ প্ৰতিনিধিৰ মাজত এই চুক্তি স্বাক্ষৰ হয়।

10/02/2026

📌গৌৰৱে পাকিস্তানত গৈ ১০ দিন কি কৰিলে, উত্তৰ নাই কিয়?
📌লাহোৰ, ইছলামাবাদ, কৰাছী, ৰাৱালপিণ্ডি আৰু ক’ত?
📌ভাৰতৰ শত্ৰু পাকিস্তান গৌৰৱৰ কাৰণে ইমান আপোন কিয়?
📌গৌৰৱক পাকিস্তান ঘূৰিবলৈ কোনে কৰি দিলে সুবিধা?
📌পাকিস্তানত গৌৰৱৰ ইমান ডাঙৰ বন্ধু কোন আছে?
📌আহোমৰ গৰ্ব কৰা গৌৰৱে পৰিয়ালক ভাৰতীয় কৰি নাৰাখিলে কিয়?
📌পত্নীক ভাৰতীয় নকৰিলে, সন্তানক ভাৰতীয়ৰপৰা ব্ৰিটিছ কৰিলে
📌গৌৰৱ পাকিস্তানৰ হাতোৰাত বন্দী নেকি?
📌এলিজাবেথ ক’লবাৰ্ণ গৌৰৱ আৰু পাকিস্তানৰ সংযোগ নেকি?
📌গৌৰৱে এতিয়ালৈ কিয় স্পষ্ট কৰিব নোৱাৰিলে সকলো কথা?
📌গৌৰৱ সংসদত থাকে মানে পাকিস্তানৰ হাতৰ পুতলা নেকি?
📌শত্ৰু দেশ পাকিস্তানৰ টকা লয় গৌৰৱ পত্নী এলিজাবেথে
📌ভাৰতীয় চোৰাংচোৱাৰ তথ্য পাকিস্তানলৈ পঠায় গৌৰৱ পত্নীয়ে
📌সঁচা কথা কেতিয়া ক’ব গৌৰৱে, নে কেতিয়াও নকয়?
📌কাৰ্যবাহী সম্পাদক নন্দন প্ৰতিম শৰ্মা বৰদলৈৰ সৈতে ‘বিশেষ এঘণ্টা’

10/02/2026

📌কংগ্ৰেছৰ দলৰ নিজৰে এক ভয়ংকৰ পৰিকল্পনা ফাদিলৰ পিছতে হঠাৎ বৃদ্ধি হ'ল গৌৰৱ গগৈৰ নিৰাপত্তা। কি এই পৰিকল্পনা চাওক সৱিশেষ।

10/02/2026

📌"আদালতক ৰাজনৈতিক যুদ্ধৰ পথাৰ নকৰিব।" উচ্চতম ন্যায়ালয়ত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ গৈ মুখ থেকেচা বিৰোধীৰ।
📌ৰাজনৈতিক প্ৰতিশোধ পূৰণৰ বাবে ন্যায়পালিকাক ব্যৱহাৰ নকৰিবলৈ আবেদনকাৰীক সকীয়নি শীৰ্ষ আদালতৰ।

10/02/2026

📌গৌৰৱ গগৈৰ পাকিস্তান কানেকছনৰ বিস্ফোৰক তথ্য ফাদিলৰ পিছতে কংগ্ৰেছত পদত্যাগৰ ঢৌ। সোমবাৰে কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ উপাধ্যক্ষ, জ্যেষ্ঠ মুখপাত্ৰ ডঃ সঞ্জু বৰাৰ দল ত্যাগৰ পাছত আজি দল ত্যাগ কৰিছে কেইবাজনো নেতাই।

Address

G. S. Road
Guwahati
781005

Alerts

Be the first to know and let us send you an email when News Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Live:

Share

Category

Our Story

This is the official page of NEWS LIVE, the most-watched satellite channel in the North-east.