Asom Kontho

Asom Kontho Asom Kontho News asom kontho is an assamese news portal. editor & owner naba jyoti barman.

registered by MCA as AAMD SOCIAL WELFARE ASSOCIATION
CIN: U88900AS2024NPL027067

03/09/2026

The media published incorrect information, so the Assam news channel should be fined 2 crore rupees.

29/07/2026

✅✅আহক ৰাইজ, হাতত হাত থওঁ,
দুখৰ দিনত কাষত ৰওঁ—
নলবাৰীৰ গ্ৰাম্য শিল্পীৰ এই আহ্বানত
মানুহে মানুহৰ বাবে
মানৱতাৰ এখন দীঘলীয়া সেতু গঢ়ি তোলোঁ✅✅

চাংসাৰিৰ শংকৰ নামৰ এজন যুৱকে বহু প্ৰভাৱশালী এজন নেতাৰ লগ লাগি এইমচত চাকৰী দিয়াৰ নামত সৰকাইছে লাখ লাখ টকা ।অতিশীঘ্ৰে খোল ...
24/07/2026

চাংসাৰিৰ শংকৰ নামৰ এজন যুৱকে বহু প্ৰভাৱশালী এজন নেতাৰ লগ লাগি এইমচত চাকৰী দিয়াৰ নামত সৰকাইছে লাখ লাখ টকা ।
অতিশীঘ্ৰে খোল খাব বহু মুখা
মিছ্ন
অতিশীঘ্ৰে AAMD SOCIAL WELFARE ASSOCIATION আৰু ভুক্তভোগীৰ দ্বাৰা চাংসাৰি থানাত গোছৰ আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰন কৰা হব।!

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ২ নং জয়সাগৰৰ যুৱক সন্ধানহীন।* নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ২ নং জয়সাগৰ নিবাসী আফাজুদ্দ...
22/06/2026

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ২ নং জয়সাগৰৰ যুৱক সন্ধানহীন।*
নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ২ নং জয়সাগৰ নিবাসী আফাজুদ্দিন আহমেদ আৰু হাজেৰা বিবিৰ কণিষ্ঠ তথা পঞ্চম পুত্ৰ নজৰুল হক(৩১) নামৰ যুৱকজন যোৱা নিশা ১০.৩০ মান বজাৰ পৰা সন্ধানহীন হৈ আছে। সন্ধিয়া ৮ মান বজাত মাছ মাৰিবলৈ যোৱা যুৱকজনে নিশা ১০ মান বজাত ভাত খাই ৰাস্তাৰ ফালে ওলাই গৈছিল যুৱকজন। পৰিয়ালৰ লোকে জনোৱা অনুসৰি যুৱকজনৰ মুকালমুৱাস্থিত মিলন মাৰ্কেটত "ভাই ভাই বস্ত্ৰালয়" নামৰ কাপোৰৰ ব্যৱসায়ৰ উপৰিও পুখুৰীত মীন পালনৰ ব্যৱসায় কৰিছিল। যুৱকজনৰ নিৰুদ্দেশ সন্দৰ্ভত দুৰ্ভগীয়া পৰিয়ালটিৰ লোকে ইতিমধ্যে মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। কোনো সদাশয় লোকে যুৱকজনৰ সন্ধান লাভ কৰিলে মুকালমুৱা আৰক্ষী থানা নতুবা ৭৮৯৬৩৭৯৮৯৮ নম্বৰত পৰিয়ালটিৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।
নলবাৰীৰ পৰা ৰিংকু ৰায় চৌধুৰীৰ প্ৰতিবেদন।

22/06/2026

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ২ নং জয়সাগৰ নিবাসী আফাজুদ্দিন আহমেদ আৰু হাজেৰা বিবিৰ কণিষ্ঠ তথা পঞ্চম পুত্ৰ নজৰুল হক(৩১) নামৰ যুৱকজন যোৱা নিশা ১০.৩০ মান বজাৰ পৰা সন্ধানহীন হৈ আছে। সন্ধিয়া ৮ মান বজাত মাছ মাৰিবলৈ যোৱা যুৱকজনে নিশা ১০ মান বজাত ভাত খাই ৰাস্তাৰ ফালে ওলাই গৈছিল যুৱকজন। পৰিয়ালৰ লোকে জনোৱা অনুসৰি যুৱকজনৰ মুকালমুৱাস্থিত মিলন মাৰ্কেটত "ভাই ভাই বস্ত্ৰালয়" নামৰ কাপোৰৰ ব্যৱসায়ৰ উপৰিও পুখুৰীত মীন পালনৰ ব্যৱসায় কৰিছিল। কোনো সদাশয় লোকে যুৱকজনৰ সন্ধান লাভ কৰিলে মুকালমুৱা আৰক্ষী থানা নতুবা ৭৮৯৬৩৭৯৮৯৮ নম্বৰত পৰিয়ালটিৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে

29/04/2026

🌿✅নলবাৰী শঙ্কৰদেৱ একাডেমীৰ সাফল্য 💗💗

16/04/2026

দৰীদ্ৰতাই যে সমাজৰ হেঙাৰ হ'ব নোৱাৰে তাৰে এক নিদৰ্শন দাঙি ধৰিলে চামতাৰ এগৰাকী মহিলাই

01/04/2026

আজি বেলশৰ খেল পথাৰত মাননীয় ড0 হিমন্ত বিশ্ব শৰ্মাই বিজয় সৎকল্প সভাত ভাষন ৰাখে ,

Address

Guwahati
781304

Telephone

+919101025125

Website

Alerts

Be the first to know and let us send you an email when Asom Kontho posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Asom Kontho:

Shortcuts

Share