Hashtag Axom

Hashtag Axom Follow Us Unbiased and Impartial News Content

27/09/2025

মিলনপুৰ বজাৰ আঞ্চলিক সাৰ্বজনীন দুৰ্গোৎসৱ উদযাপন সমিতিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ মৰমৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই বাতিল কৰা হ’ল সকলো সাংস্কৃতিক কাৰ্যসূচী৷ কেৱল মাংগলিক কাৰ্যসূচীৰে পালন কৰা হ’ব পূজভাগ৷

হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই ৪৭তম লাউডোবা আঞ্চলিক সাৰ্বজনীন দুৰ্গাপূজাৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল  জুবিনৰ ...
27/09/2025

হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই ৪৭তম লাউডোবা আঞ্চলিক সাৰ্বজনীন দুৰ্গাপূজাৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল

জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি জুবিনৰ সোঁৱৰণত অষ্টমীত “জুবিনৰ গানৰ এসন্ধ্যা”

৪৭ তম লাউডোবা আঞ্চলিক সাৰ্বজনীন দুৰ্গাপূজা সমিতিৰ প্ৰেক্ষাগৃহত আজি দুৰ্গাপূজা সমিতিৰ বিষয়ববীয়াৰ লগতে অঞ্চলবাসী ৰাইজে আগন্তুক দুৰ্গাপূজাত সাংস্কৃতিক অনুষ্ঠান পতা নপতা সম্পৰ্কে এক আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত সমিতিয়ে জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই দুৰ্গোৎসৱত সকলো সাংস্কৃতিক কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও অষ্টমীৰ নিশা হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই জুবিন গাৰ্গৰ সোঁৱৰণত “জুবিনৰ গানৰ এসন্ধ্যা ” অনুষ্ঠান আয়োজন কৰাৰ বিষয়ে সিদ্ধান্ত লোৱা হয়। উক্ত দিনা জুবিনৰ গানৰ এসন্ধ্যাত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী তৃষ্ণা দাস আৰু নিকন লাহনে জুবিনৰ গান পৰিবেশন কৰিব । লগতে কেৱল আধ্যাত্মিক আৰু মাংগলিক কাৰ্যসূচীৰে এইবাৰৰ পূজাভাগ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ লগতে দশমীৰ দিনা নগৰ পৰিক্ৰমা বা দেৱী বিসৰ্জনত ডিজে বা মাইক বজোৱাৰ বিপৰীতে কেৱল ঢাক বজাই দেৱী বিসৰ্জন কৰা হ’ব বুলি বিষয়ববীয়া সকলে জানিবলৈ দিয়ে। আজি অনুষ্ঠিত হোৱা বিশেষ সভাত ৪৭সংখ্যক লাউডোবা আঞ্চলিক সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ উপদেষ্টা হৰিদাস বিশ্বাস ,নবকুমাৰ বিশ্বাস,নিৰঞ্জন ঠাকুৰীয়া ,খুকন বাঢ়ৈ ,ৰোহিদাস বিশ্বাস ,বলোৰাম বিশ্বাস , সুবল বিশ্বাস ,ভজন বিশ্বাস ,সভাপতি মনোৰঞ্জন বিশ্বাস ,কাৰ্যকৰী সভাপতি দিপক কুমাৰ বৰ্মন ,সাধাৰণ সম্পাদক আৰাধন বিশ্বাস ,উপ সভাপতি সুকুমাৰ বিশ্বাস ,সহ:সম্পাদক মহিৰাম মজুমদাৰ ,বিজিত বিশ্বাস,অনন্ত বিশ্বাস,অৰ্জুন বিশ্বাস ,সাংস্কৃতিক বিভাগৰ সভাপতি প্ৰণয় কুমাৰ বিশ্বাস ,সম্পাদক নিৰ্মল বিশ্বাসৰ লগতে অঞ্চলবাসী ৰাইজ উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে নিজৰ নিজৰ মতামত ব্যক্ত কৰে ৷৪৭ তম লাউডোবা আঞ্চলিক সাৰ্বজনীন দুৰ্গাপূজা সমিতিৰ প্ৰচাৰ বিভাগৰ সভাপতি অজয় কুমাৰ শীলে এক প্ৰেছ বিঞ্জপ্তিযোগে এই কথা জানিবলৈ দিয়াৰ লগতে অঞ্চলবাসী ৰাইজৰ দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা কামনা কৰিছে ৷

টীম ইণ্ডিয়াৰ প্ৰশীক্ষক গৌতম গম্ভীৰক হত্যাৰ ভাবুকি!
24/04/2025

টীম ইণ্ডিয়াৰ প্ৰশীক্ষক গৌতম গম্ভীৰক হত্যাৰ ভাবুকি!

ধিং সমষ্টিৰ AIUDFৰ বিধায়ক আমিনুল  ইছলামক আটক আৰক্ষীৰ
24/04/2025

ধিং সমষ্টিৰ AIUDFৰ বিধায়ক আমিনুল ইছলামক আটক আৰক্ষীৰ

লেফটেনেণ্ট বিনয় নৰৱালৰ নিহতক লৈ শোক প্ৰকাশ নৌ সেনা বাহিনীৰ মুৰব্বী এডমিৰেল দীনেশ কে ত্ৰিপাঠীৰ।
23/04/2025

লেফটেনেণ্ট বিনয় নৰৱালৰ নিহতক লৈ শোক প্ৰকাশ নৌ সেনা বাহিনীৰ মুৰব্বী এডমিৰেল দীনেশ কে ত্ৰিপাঠীৰ।

22/04/2025

নগৰবেৰা-ছমৰীয়া সত্ৰ জিলা পৰিষদৰ প্ৰাৰ্থী প্ৰহ্লাদ বিশ্বাসৰ নিৰ্বাচনী প্ৰচাৰ৷ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্ব্বিতাৰে জয়ী হোৱাৰ দাবী প্ৰাৰ্থীগৰাকীৰ৷

লালুকৰ সোণাপুৰত হ’ব জুবিন গাৰ্গ সংগীত বিশ্ববিদ্যালয়...
21/04/2025

লালুকৰ সোণাপুৰত হ’ব জুবিন গাৰ্গ সংগীত বিশ্ববিদ্যালয়...

বিয়াত বহাৰ সপোন পূৰ নহ’ল চুমিৰ!গহপুৰৰ বড়িগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত স্ক’ৰপিঅ’ৰ খুন্দাত কৰুণ মৃত্যু চুমি প্ৰধানৰ।অহা ১...
20/04/2025

বিয়াত বহাৰ সপোন পূৰ নহ’ল চুমিৰ!
গহপুৰৰ বড়িগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত স্ক’ৰপিঅ’ৰ খুন্দাত কৰুণ মৃত্যু চুমি প্ৰধানৰ।
অহা ১১ মে’ত বিয়াৰ দিন আছিল চুমিৰ।

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য...
19/04/2025

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য...

মহানগৰীৰ এখন বৃদ্ধাশ্ৰমত অনা-অসমীয়াৰ অত্যাচাৰ...
19/04/2025

মহানগৰীৰ এখন বৃদ্ধাশ্ৰমত অনা-অসমীয়াৰ অত্যাচাৰ...

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে টংকেশ্বৰ ৰাভাৰ শপতগ্ৰহণ
13/04/2025

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে টংকেশ্বৰ ৰাভাৰ শপতগ্ৰহণ

নিৰ্বাচনৰ পূৰ্বেই বিজেপি প্ৰাৰ্থীৰ জয়।
13/04/2025

নিৰ্বাচনৰ পূৰ্বেই বিজেপি প্ৰাৰ্থীৰ জয়।

Address

Guwahati Ulubari
Guwahati

Telephone

+917399469736

Website

Alerts

Be the first to know and let us send you an email when Hashtag Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share