News Time NE

News Time NE We News Time NE, A Web Portal, Based On Guwahati- Covering North-East India. We Focus on Delivering News based on Reality and Fact. YouTube -NE

07/07/2025

অসম সচিবাল়য়ৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা।
এখন চাফাৰী বাহনে একেলগে ৫ খন বাহন মহতিয়াই নিয়ে।
ফলত ৩ জন গুৰুত্বৰ ভাৱে আহত হয়।
২ জনক বাহনৰ তলত সোমাই চচৰাই নিছিল চাফাৰীখনে।

07/07/2025

📌গুৱাহাটীৰ খানাপাৰাৰ পৰা নিখোজ কংকনমণি শৰ্মা নামৰ এজন যুৱক
📌শনিবাৰৰ দুপৰীয়াৰ পৰা সন্ধান নাই ২৮ বছৰীয়া যুৱকজনৰ
📌কোনো লোকে সন্ধান পালে যোগাযোগ কৰক 8721915625 নম্বৰত

07/07/2025

গানৰ দিন শিৰ্ষক অনুষ্ঠানত খ শাখাত প্ৰথম স্থান লাভ কৰিলে ঝিল মহন্তৰ

📌 অসম সচিবাল়য়ৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা। 📌 এখন চাফাৰী বাহনে একেলগে ৫ খন বাহন মহতিয়াই নিয়ে। 📌 ফলত ৩ জন গুৰুত্বৰ ভাৱে আ...
07/07/2025

📌 অসম সচিবাল়য়ৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা।
📌 এখন চাফাৰী বাহনে একেলগে ৫ খন বাহন মহতিয়াই নিয়ে।
📌 ফলত ৩ জন গুৰুত্বৰ ভাৱে আহত হয়।
📌 ২ জনক বাহনৰ তলত সোমাই চচৰাই নিছিল চাফাৰীখনে।

#

07/07/2025

📌কোকৰাঝাৰত বিভিন্ন সম্প্ৰদায় তথা সংগঠনৰ প্ৰতিনিধি আৰু ব্যক্তিবিশেষে সাক্ষাৎ মুখ্যমন্ত্ৰীৰ ৷

#

07/07/2025

📌বডোফা উপেন্দ্রনাথ ব্রহ্ম ডাঙৰীয়া অসম নহয় গোটেই ভাৰতৰ বাবে জনজাতীয় লোকৰ আত্মপ্রতিষ্ঠাৰ দিশত এক সন্মানীয় ব্যক্তিসত্তা।
📌যিকোনো ৰাজনীতিৰ বিষয়ত কোনো দলে তেখেতৰ নামটো ব্যৱহাৰ কৰা অনুচিত

07/07/2025

07/07/2025

📌বিজেপিৰ বর্তমানৰ অৱস্থাক লৈ সন্তুষ্ট নহয় প্ৰাক্তন সাংসদ ৰাজেন গোঁহাই।
📌বিজেপিত বর্তমান যি চলি আছে আমি কেতিয়াও আশা কৰা নাছিলো বুলি প্ৰকাশ কৰে বিজেপিৰ সাংসদগৰাকীয়ে।

07/07/2025

📌ঘৰ চাকৰিৰ নামত টকা কোনোবাই বিচাৰে নেকি
📌বিচাৰিলে নিদিলে হ'ল
📌যদি কোনোবাই টকা বিচাৰে দুই নম্বৰী মাল একো কৰিব নোৱাৰে
📌এতিয়া মন্ত্ৰিও দিব নোৱাৰে , বিধায়কেও দিব নোৱাৰে
📌মন্ত্ৰী পিযুষ হাজৰিকাৰ মন্তব্য

07/07/2025

📌আটাইতকৈ বেছিকৈ বাংলাদেশলৈ যায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
📌বাংলাদেশৰ ক’ত যায়, কাক লগ ধৰে, কাৰ সৈতে ফটো তোলে সকলো তথ্য আছে।
📌মুখ্যমন্ত্ৰীৰ সঘন বাংলাদেশ ভ্ৰমণ প্ৰসংগত গৌৰৱ গগৈৰ কটাক্ষ

07/07/2025

📌মাটি দালাল সংক্ৰান্তীয় গোচৰ জেলৰ পৰা অহা ছাহজাহানৰ নতুন কৌশল৷
📌খিলঞ্জীয়া লোকক মেনেজ কৰাৰ চেষ্টা চাহজাহান এণ্ড কোম্পানীৰ
📌খিলঞ্জীয়া জনজাতি লোকক ধাল হিচাপে ব্যৱহাৰ কৰাৰ অপচেষ্টা ছাহজাহান৷

07/07/2025

📌ধুবুৰীত আৰম্ভ হৈছে অসমৰ সৰ্ব বৃহৎ উচ্ছেদ অভিযান।
📌ধুবুৰী জিলা বিলাসীপাৰৰ চৰুৱা বাখৰাত অসম চৰকাৰে আৰম্ভ কৰিছে এই উচ্ছেদ অভিযান।
📌উক্ত উচ্ছেদিত ৰাইজৰ কাষত উপস্থিত নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ NASSPৰ বিলাসীপাৰা জিলা আৰু কেন্দ্ৰীয় সমিতিৰ এটি সজাতি দল।

Address

Guwahati

Telephone

+919365862732

Website

http://newstimene.com/

Alerts

Be the first to know and let us send you an email when News Time NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Time NE:

Share