News অসম 2Four×7

News অসম 2Four×7 NEWS ASSAM 2FOUR7 covers latest news in politics, entertainment, bollywood, business and sports.

নতুনত্ব নাই একো, যুৱ প্ৰজন্মক নিদিলে গুৰুত্ব ...পুনৰবাৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই লাভ কৰিলে অগপৰ ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব
07/06/2025

নতুনত্ব নাই একো,
যুৱ প্ৰজন্মক নিদিলে গুৰুত্ব ...
পুনৰবাৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই লাভ কৰিলে অগপৰ ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব

07/02/2025

■ হোমৰ গুৰিৰ পৰা ভাবী পত্নীক চিঞৰি মাতিলে অভিনেতা মোহন ওৰফে দিবজ্যোতিয়ে

06/02/2025

পুত্ৰৰ মৃত শৰীৰ মেডিকেলত আৰু পিতৃ আছে নাটকৰ মঞ্চত ....
অভিনেতা পদ্ম বৰাৰ পুত্ৰৰ মৃত্যুৰ পিছতো মঞ্চত অভিনয় কৰি দায়িত্ব পালন কৰিছে শিল্পী গৰাকীয়ে

■ ৰাজহ মন্ত্ৰীৰ দায়িত্ব দিয়াৰ যোজা প্ৰাক্তন বিজেপি সভাপতি ভৱেশ কলিতাক । ■ যিকোনো মুহুৰ্ততে সম্প্ৰসাৰিত হব মন্ত্ৰীসভা ।
06/02/2025

■ ৰাজহ মন্ত্ৰীৰ দায়িত্ব দিয়াৰ যোজা প্ৰাক্তন বিজেপি সভাপতি ভৱেশ কলিতাক ।
■ যিকোনো মুহুৰ্ততে সম্প্ৰসাৰিত হব মন্ত্ৰীসভা ।

■ বৰক্ষেত্ৰী সমষ্টিত বিজেপি নে অগপৰ হব  নতুন মুখ ?■ আপোনাৰ দৃষ্টিত ২০২৬ চনত বৰক্ষেত্ৰী সমষ্টিৰ কোন হব বিধায়ক ?  ■ আপোনাৰ...
06/02/2025

■ বৰক্ষেত্ৰী সমষ্টিত বিজেপি নে অগপৰ হব নতুন মুখ ?
■ আপোনাৰ দৃষ্টিত ২০২৬ চনত বৰক্ষেত্ৰী সমষ্টিৰ কোন হব বিধায়ক ?
■ আপোনাৰ মন পছন্দৰ প্ৰাৰ্থী গৰাকীৰ নাম উল্লেখ কৰক !!!

25/01/2025

নলবৰীয়া ভাষাৰ এখন ডিজিটেল বিয়াৰ চিঠি ।
আবৃত্তি - গকুল মহন্তৰ ৷

25/11/2024

28/10/2024

Address

Guwahati
781003

Alerts

Be the first to know and let us send you an email when News অসম 2Four×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News অসম 2Four×7:

Share