News12Assam

News12Assam নিৰ্ভিক , নিৰপেক্ষ সংবাদ পৰিবেশ কৰাত সকলোতকৈ আগত।

বাঘ হাজৰিকাৰ নাম বৰ্তমান পাহৰণিৰ গৰাহত।বৰ্তমান সময়ৰ তেখেত এটা গুৰুত্বহীন চৰিত্ৰতপৰিণত হৈ পৰিছে।
16/03/2024

বাঘ হাজৰিকাৰ নাম বৰ্তমান পাহৰণিৰ গৰাহত।
বৰ্তমান সময়ৰ তেখেত এটা গুৰুত্বহীন চৰিত্ৰত
পৰিণত হৈ পৰিছে।

06/03/2024

গাজাৰ নিৰ্দোষী লোকসকলৰ ওপৰত আক্ৰমণৰ প্ৰতিবাদ কৰি লেবাননৰ পৰা হিফজুল্লাহ বাহিনীৰ ঈজৰাইলৰ ওপৰত মিছাইল বৰ্ষণ ।

 ৰঙিয়াৰ বাইহাটা চাৰিআলিত অঘটন।নিৰ্মীয়মান উৰণীয়া সেঁতুৰ পৰা বীম পৰিঠাইতে নিহত ফুলচাণ্ড আলী নামৰ এজনব্যক্তি। হাহাকাৰ সদ...
28/02/2024


ৰঙিয়াৰ বাইহাটা চাৰিআলিত অঘটন।
নিৰ্মীয়মান উৰণীয়া সেঁতুৰ পৰা বীম পৰি
ঠাইতে নিহত ফুলচাণ্ড আলী নামৰ এজন
ব্যক্তি। হাহাকাৰ সদৃশ পৰিবেশ সমগ্ৰ অঞ্চলটোত।

14/02/2024

ৰঙিয়াৰ ইজটেমাৰ পৰা আমাৰ সংবাদদাতা
ছৈয়দ ইস্কেন্দৰ মজিদ।
Syed Imdadur Rahman Cenation
বাছেদ আলি

13/02/2024

দিল্লীত কৃষকক ৰুধিবলৈ এই ব্যৱস্থা।

যুৱ নেতা গৌৰৱ গগৈ কংগ্ৰেছৰ নায়ক।
30/01/2024

যুৱ নেতা গৌৰৱ গগৈ কংগ্ৰেছৰ নায়ক।

ৰঙিয়াৰ উদিয়ানা গাঁওত সদৌ অসম সংখ্যালঘুউন্নয়ন সন্থা আৰু গাঁওখনৰে শৈক্ষিক আৰুআৰ্থসামাজিক উন্নয়ন মঞ্চ নামৰ এটা বেচৰকাৰীস...
27/01/2024

ৰঙিয়াৰ উদিয়ানা গাঁওত সদৌ অসম সংখ্যালঘু
উন্নয়ন সন্থা আৰু গাঁওখনৰে শৈক্ষিক আৰু
আৰ্থসামাজিক উন্নয়ন মঞ্চ নামৰ এটা বেচৰকাৰী
সংস্থাৰ সন্মিলনত সম্পন্ন হৈ যায় মুকলি সভাৰ
লগতে বঁটা বিতৰণী অনুষ্ঠানৰ। উক্ত অনুষ্ঠানৰ
আত ধৰে সভাপতি আজিজুল ৰহমানে লগতে
উপস্থিত থাকে চামিন আলী আৰু নাইমূল হক
চৌধুৰী।

হিন্দুৰ সপোন পূৰ্ণ হ’ল। ৰাম মন্দিৰ দেখাৰসপোন দিঠকত পৰিণত হল।
22/01/2024

হিন্দুৰ সপোন পূৰ্ণ হ’ল। ৰাম মন্দিৰ দেখাৰ
সপোন দিঠকত পৰিণত হল।

এনেকুৱা মানুহক সমাজে বেত্ৰাঘাট কৰিবলাগে নে নালাগে কঁওকচোন?
20/01/2024

এনেকুৱা মানুহক সমাজে বেত্ৰাঘাট কৰিব
লাগে নে নালাগে কঁওকচোন?

 মাজুলীত কংগ্ৰেছ নেতা ৰাহুল গান্ধী।সত্ৰীয়া নৃত্যৰে আদৰিলে যুৱৰাজ গান্ধীক।
19/01/2024


মাজুলীত কংগ্ৰেছ নেতা ৰাহুল গান্ধী।
সত্ৰীয়া নৃত্যৰে আদৰিলে যুৱৰাজ গান্ধীক।

Address

Hatigaon Chariali
Guwahati
781038

Alerts

Be the first to know and let us send you an email when News12Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News12Assam:

Share