17/09/2025
ভূতত্ত্ব আৰু খনি সঞ্চালকালয়, অসমৰ কাহিলীপাৰাস্থিত মুখ্য কার্যালয়ত সঞ্চালকালয়ৰ বাৰ্ষিব দিৱস বিভিন্ন কাৰ্যসূচীৰে উদ্যাপন , উক্তদিনা দিৱসৰ লগত সংগতি ৰাখি শ্রীশ্রী বিশ্বকর্মা পূজা আয়োজন কৰাৰ লগতে দিনৰ ১১ বজাৰ পৰ ড° ভূপেন হাজৰিকাৰ শতবার্ষিকী উপলক্ষে এটি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন.