
23/05/2025
|| লগ পাম ক’ৰবাত এদিন - সমীৰ তাঁতী (২০২৪) ||
"নতুন দিন, নতুন বছৰৰ। নতুন আশা, নতুন সম্ভাৱনা। নতুন কাৰ্যসূচী, নতুন কৰ্মনিষ্ঠা। নতুন জীৱনীশক্তি, নতুন সততা। নতুন আস্থা, নতুন প্ৰতিশ্ৰুতি। নতুন বিকাশৰ নৱপ্ৰেৰণা, অযুত মানৱতাৰ নতুন গৰিমা।
এনেদৰে নিৰ্ভয়চিত্তে আগবাঢ়ি যাব মোৰ ওপজা সোণৰ মাটি, মোৰ জননী জনমভূমি; মোৰ ঐতিহ্য়ময়, গৰিমাময় দেশ মোৰ, বিনন্দীয়া পৃথিৱী। ..আহক শপত লওঁ লগে-ভাগে - আৰু যেন সন্ত্ৰাসে আৱৰি নধৰে আমাৰ আকাশ আৰু মাটি-পানী-বায়ুক। সন্ত্ৰাসমুক্ত যেন হয় মোৰ প্ৰিয়তমা পৃথিৱী।"
~~ (সমীৰ তাঁতী, লগ পাম ক’ৰবাত এদিন, ২০২৪)
২০২৪ সাহিত্য় একাডেমী বঁটা বিজয়ী, বিশিষ্ট কবি আৰু লেখক, সমীৰ তাঁতী'ৰ নতুন গদ্য সংকলন। এতিয়া উপলব্ধ।
প্ৰকাশক: Aami Books
প্ৰথম প্ৰকাশ: April 2024
হোম ডেলিভাৰীৰ বাবে - ৯৮৬৪২ ৪৯২৬৪ - নম্বৰত যোগাযোগ কৰক |
অথবা আমাক ফেচবুক মেচেঞ্জাৰ বা হোৱাটছএপত মেছেজ কৰি অৰ্ডাৰ দিব পাৰে।
আমাজনতো উপলব্ধ।
Order your copy today! Call/ WhatsApp - +91 98642 49264.
Home Delivery via Speed Post.
Shipping across Assam and India
Payment via UPI, bank transfer, cash on delivery
Also available on Amazon and in select bookstores:
1. Bandhav Books, Jaswanta Road, Panbazar, Guwahati 781001
2. Barna, Jaswanta Road, Panbazar, Guwahati 781001
3. NL Publications, ARB Road, Opp. Don Bosco Church, Panbazar, Guwahati 781001
4. Prakasika, Above Mahamaya Restaurant, Panbazar, Guwahati 781001