Gana Adhikar

Gana Adhikar Gana Adhikar Media is publicly trusted News media network with 31 years of Public Trust and Editorial Independence.

To know more on Gana Adhikar Media Network, visit GanaAdhikar.Com

13/08/2025

সৰভোগত ভাৰতীয় জনতা পাৰ্টিৰ ত্ৰিৰংগা যাত্ৰা

13/08/2025

ৰঙিয়া সম-জিলা প্ৰশাসনৰ নেতৃত্বত আগন্তুক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিশাল বাইক ৰেলীৰ আয়োজন।

13/08/2025

মুকালমুৱা আৰক্ষীৰ সফলতা ।
উদ্ধাৰ কৰিলে তিনিটাকৈ হেৰুওৱা মোবাইল।

13/08/2025

শ্ৰীভূমি জিলাৰ উন্নয়ন পৰিষদৰ উদ্যোগত তিৰঙ্গা ৰ‍্যালি আয়োজিত হৈছে।

13/08/2025

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাষতে গোপনে নিৰ্মান চিমেণ্ট গুডাম।
গুদাম্ নিৰ্মাণ লৈ স্হানীয় ৰাইজৰ ক্ষোভ।

13/08/2025

জিএনআৰচি হাস্পতালৰ দিছপুৰ শাখাত স্নায়ুৰোগৰ চিকিৎসাৰ বাবে বটুলিনাম টক্সিন ক্লিনিক উন্মোচন

12/08/2025

📌 সদৌ অসম পেৰা ক্ৰীড়া সন্মিলন গুৱাহাটী ২০২৫ৰ ৫ম সংস্কৰণৰ সফল সামৰণি
📌 ২২ জিলাৰ প্ৰায় ৪০০ প্ৰতিযোগীয়ে এই ইভেণ্টত অংশ গ্ৰহণ কৰিছিল
📌পেৰা-এথলেটিক্স, পেৰা-টেবুল টেনিছৰ লগতে অনুষ্ঠিত হয় পেৰা-চেচ, পেৰা-বেডমিণ্টন, পেৰা-ছুইমিং আৰু বছিয়া

12/08/2025

এলানপ্ৰ'ৰ উদ্যোগত ৩০ শিক্ষাৰ্থীক শীতলকৰণৰ প্রশিক্ষণৰ প্ৰমাণ পত্ৰ বিতৰণ
উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু

12/08/2025

টীয়ক সম জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ আনুষ্ঠানিক ভাৱে মুকলি উদ্বোধন কৰে মন্ত্ৰী অতুল বৰাই।

12/08/2025

🚨গৌৰৱ গগৈ পাৰিলে পাকিস্তানী মুছলমানকো ন-অসমীয়া বনাই দিব
🚨গৌৰৱ গগৈয়ে মিঞা সকলক ন-অসমীয়া নামাকৰণ সন্দৰ্ভত গৰীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদৰ প্ৰতিক্ৰিয়া

10/08/2025

যোৱা ৮ আগষ্টৰ পৰা গুৱাহাটীৰ তিনিটা ভেন্যুত অনুষ্ঠিত হৈছে "পঞ্চম সদৌ অসম পেৰা স্পৰ্টছ মিট-২০২৫

10/08/2025

"আজাদী কা জাছন" - প্ৰাক স্বাধীনতা দিৱস উদযাপন

Address

Hatigaon Chariali Point
Guwahati
781038

Alerts

Be the first to know and let us send you an email when Gana Adhikar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Gana Adhikar:

Share