ইত্যাদি A To Z

ইত্যাদি A To Z সত্য নিষ্ঠাই আমাৰ কণ্ঠ
(1)

13/12/2025

🚨 #লেখাপানী থানাৰ অন্তৰ্গত ৩ নং উদয়পুৰৰ ৰাণা গাঁৱত সং*ঘ/টি*ত হৈছে এক নৃ*/শং/-স হ/ত্যা*কা/ণ্ড*ৰ।।।




13/12/2025

🚨 #বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৭ সংখ্যক বিদ্যালয় সপ্তাহৰ সামৰণি ।
🎉👏💥

13/12/2025

🚨ভৃঙ্গেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ভগৱান বৈশ্যক বিদায় সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচনী সভা সম্পন্ন
#হাজো

13/12/2025

🚨 #লখিমপুৰৰ বান্দৰদেৱাত হবলৈ গৈ আছে বিলাসী বাহনৰ উপহাৰ ।

🚨 #লখিমপুৰ জিলাৰ অসম-অৰুণাচল সত্ৰীয়া সংস্কৃতিৰ মিলন তীৰ্থ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰ আৰু সাংস্কৃতিক কলা বিকাশ ক্ষেত্ৰৰ সাহায্যাৰ্থে ভাগ্য পৰীক্ষাৰ উদ্বোধনী অনুষ্ঠান । #লখিমপুৰ #লখিমপুৰৰ 🎉👏💥

13/12/2025

🚨 #দদৰাত সদৌ অসম বহুমুখী স্বাস্থ্যকৰ্মী পুৰুষ সন্থাৰ চতুৰ্থ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন






🌟🎉👏

13/12/2025

🚨 #কাইলৈৰ পৰা হাৰমতীত মণিৰাম বিশ্বাস সোঁৱৰণী হাৰমতী কাপ নৈশ ফুট বল খেল আৰম্ভ । #লখিমপুৰ 🏆🏈👏

13/12/2025

🚨 #নয়াবস্তি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সপ্তত্ৰিংশতিতম বাৰ্ষিক অধিৱেশনৰ মুকলি আৰু বঁটা বিতৰণী সভা ।
🎉👏💥

13/12/2025

🚨 #বাক্সা জিলাৰ ডুমুনীত ১৭ বছৰ অনুৰ্ধৰ ফুটবল খেল।

#মুখ্যমন্ত্ৰীৰ চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল টুৰ্ণামেন্টৰ আজি চূড়ান্ত খেল ।
🏆🏈👏

13/12/2025

🚨 #কবি নিজৰা গগৈলৈ কাব্যধ্বনিৰ " দিবাকৰ ৰেণু ৰাষ্ট্ৰীয় কাব্য বঁটা" প্ৰদান।

ভাদৈত এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় কবি প্ৰনৱ কুমাৰ বৰ্মন।
🎉👏💫

13/12/2025

ভকতিৰ অঞ্জলি
সুপ্ৰভাত (১৭৫)




#নামঘোষা

12/12/2025

🚨 #নলবাৰী দুৰ্গা হোমিওৰ চিকিৎসক অৰবিন্দ দত্তই এই পৃথিৱীৰ পৰা মেলানি মাগিলে ।
নলবাৰীত শোকৰ ছাঁ*
বাৰ্ধক্যজনিত কাৰণত তেওঁৰ পৰ*লো*/কপ্ৰা*প্তি।

12/12/2025

#হাজোৰ বৰছলি হাটখোলা হাইস্কুলত সামুহিক উৎসৱ সম্পন্ন


#হাজোৰ

Address

Guwahati

Alerts

Be the first to know and let us send you an email when ইত্যাদি A To Z posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share