Public talks Digital

Public talks Digital Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Public talks Digital, Media/News Company, Guwahati.

08/10/2025

সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰাস মহোৎসৱৰ শুভেচ্ছাৰে
আপোনালোকৰ ওচৰৰ ৰাসৰ মঞ্চত অভিনয়ৰ বাবে অভিনেত্রী জুৰি দাস বাবে
আজিয়ে যোগাযোগ কৰকঃ
8822924326 6001500893

29/04/2025
29/04/2025

🔹 কুৰুৱাবাহী পঞ্চায়তত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত।
🔹২ নং বোকাখাত জিলা পৰিষদৰ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী মামনি গাজলু, আঞ্চলিক সদস্যা মামু দাসৰ লগতে ৯ নং ৱাৰ্ডৰ সদস্যা পদৰ প্ৰাৰ্থী দিপাঞ্জলী বৰাই সমৰ্থকৰ লগত চলালে তীব্ৰ প্ৰচাৰ অভিযান।
🔹খোজ কাঢ়ি সমদল কৰি কুৰুৱাবাহী পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ সদস্যা পদৰ প্ৰাৰ্থী গৰাকীৰ লগত প্ৰচাৰ অভিযান চলাইছে জিলা পৰিষদৰ সদস্যা পদৰ প্ৰাৰ্থী গৰাকীয়ে।

21/08/2024

Singer...

17/08/2024

17/08/2024



এইবাৰ AIRTELৰ প্ৰতিটো প্লেনৰ নিৰিখ বৃদ্ধি৷ ৩ জুলাইৰ পৰা AIRTELৰ পেকসমূহৰ দাম বৃদ্ধি৷
28/06/2024

এইবাৰ AIRTELৰ প্ৰতিটো প্লেনৰ নিৰিখ বৃদ্ধি৷
৩ জুলাইৰ পৰা AIRTELৰ পেকসমূহৰ দাম বৃদ্ধি৷

নলবাৰীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম কেবিনেট বৈঠকত সমগ্ৰ শিক্ষা অভিযানৰ ৩...
28/06/2024

নলবাৰীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম কেবিনেট বৈঠকত সমগ্ৰ শিক্ষা অভিযানৰ ৩৫ হাজাৰ শিক্ষকক নিয়মীয়া শিক্ষক হিচাপে বিশেষ নিযুক্তি অভিযান, দুই-তিনিচকীয়া যান-বাহনৰ নিয়ম উলংঘনৰ জৰিমনা আঁতৰ কৰা আদিকে ধৰি বহুকেইটা উল্লেখনীয় সিদ্ধান্ত গ্ৰহণ কৰা হয়৷৷৷

Address

Guwahati
781037

Website

Alerts

Be the first to know and let us send you an email when Public talks Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share