News 24

News 24 সত্যৰ সন্ধানত এখোজ আগত....

04/10/2025
23/08/2025

মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা।মুকালমুৱা আৰক্ষীৰ জালত চাইবাৰ অপৰাধত জড়িত ৯ গৰাকী অভিযুক্ত।

13/08/2025

➡️মুকালমুৱাৰ জয়সাগৰত বুজন পৰিমাণৰ অবৈধ বিলাতী সুৰা আৰু গাঞ্জা জব্দ।
➡️এগৰাকী মহিলাক আটক কৰাৰ লগতে এখন চাৰিচকীয়া বাহন জব্দ।
➡️মুকালমুৱা আৰক্ষীয়ে অভিযান চলাই জয়সাগৰৰ ৰাজেন ডেকা নামৰ এজন লোকৰ বাসগৃহৰ পৰা ৫২৮ বটল অবৈধ বিলাতী সুৰাৰ লগতে প্ৰায় 4 কিলোগ্ৰাম গাঞ্জা জব্দ কৰে।

11/08/2025

➡️কাঠফুলাৰ দৰে গজি উঠা অবৈধ ফাৰ্মাচী বন্ধৰ লক্ষ্যৰে অসম"পঞ্জীভুক্ত ফাৰ্মাচিষ্ট সন্থা," নলবাৰী জিলা সমিতিৰ উদ্যোগত কাৰ্য্যকৰী সভা।
➡️মানুহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা এনে অবৈধ ফাৰ্মাচী বন্ধ কৰাৰ লক্ষ্যৰে আয়োজন কৰে কাৰ্য্যকৰী সভাখন।

10/08/2025

➡️মুকালমুৱাত ৩ চেপ্তেম্বৰৰ পৰা চক্ৰধৰ ডেকা সোৱৰণীঁ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা।
➡️সংবাদমেল যোগে ঘোষণা মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ।
➡️মুকালমুৱাস্থিত দেশভক্ত ময়দানত আয়োজিত সন্থাৰ কাৰ্যকৰী সভাপতি মফিজুৰ ৰহমানে আঁত ধৰা সংবাদমেল খন সম্বোধন কৰে মাছাৰ সভাপতি তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই।

➡️নলবাৰী জিলা পৰিষদ বিজেপিৰ দখলত ।➡️নলবাৰী জিলা পৰিষদৰ সভানেত্ৰী হিচাপে নির্বাচিত গীতুমণি বৈশ্য ।➡️উপ-সভাপতি হিচাপে নির্...
05/08/2025

➡️নলবাৰী জিলা পৰিষদ বিজেপিৰ দখলত ।
➡️নলবাৰী জিলা পৰিষদৰ সভানেত্ৰী হিচাপে নির্বাচিত গীতুমণি বৈশ্য ।
➡️উপ-সভাপতি হিচাপে নির্বাচিত হৈছে হিতেশ ব্রহ্ম ।

30/07/2025

✅দুৰ্ঘটনাত নিহত হোৱা ছামিউল হকৰ বাসগৃহত বিৰাজ কৰিছে শোকাকুল পৰিৱেশ ।
✅কোনোৱে যেন মানি ল'ব পৰা নাই এই ঘটনা।
✅নিমিষতে শেষ হৈ গ’ল এখন ঘৰ, সপোন আৰু বহু আশা ৷
✅শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে গাঁওবাসীয়ে ।
✅নন্দিনী কাশ্যপৰ বিৰুদ্ধে অতি শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহনৰ দাবী জনাই

✅অসম প্রদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত মুকালমুৱা ব্লক কংগ্ৰেছৰ সহযোগত আমাৰ বুথ আমাৰ দাবী কাৰ্যসূচী।✅উক্ত কাৰ্য্যসূচীত উপস্থি...
26/07/2025

✅অসম প্রদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত মুকালমুৱা ব্লক কংগ্ৰেছৰ সহযোগত আমাৰ বুথ আমাৰ দাবী কাৰ্যসূচী।
✅উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে বিধায়ক দিগন্ত বৰ্মন।

📌চৰাঞ্চলৰ চিতলমাৰী বজাৰৰ প্ৰস্তাৱিত ভূমিত  শিয়ালমাৰী আৰক্ষী চকীৰ নৱ নিৰ্মিত ভৱনৰ নিৰ্মান কাৰ্যৰ শুভাৰম্ভ ।📌শুভাৰম্ভণি কৰ...
26/07/2025

📌চৰাঞ্চলৰ চিতলমাৰী বজাৰৰ প্ৰস্তাৱিত ভূমিত শিয়ালমাৰী আৰক্ষী চকীৰ নৱ নিৰ্মিত ভৱনৰ নিৰ্মান কাৰ্যৰ শুভাৰম্ভ ।
📌শুভাৰম্ভণি কৰে প্ৰাক্তন বিধায়ক তথা জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাই

Address

Guwahati

Telephone

+918473851117

Website

Alerts

Be the first to know and let us send you an email when News 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share