Report24

Report24 সত্যৰ সন্ধানত এখোজ আগত....

11/04/2025

ভাংনামাৰী গাঁও পঞ্চায়তৰ ১ নং ব্রার্ড সদস্যা পদত মনোনয়ন পত্র দাখিল মাজেদা বেগমৰ।

11/04/2025

১১ নং দক্ষিন বাঁহজানী ঘোগা গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী যুৱ নেতা হেদায়তুল্লাৰ মনোনয়ন পত্ৰ দাখিল।

14/03/2025

🔴মুকালমুৱাৰ নাৰায়ণপুৰস্থিত বুঢ়া সন্যাসী থানৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন।
🔴শ্ৰীশ্ৰী বাৰ গোপাল গোসাঁই পৰিচালনা সমিতিৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰে দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস৷
🔴ভক্তপ্ৰাণ ৰাইজৰ অংশগ্ৰহণেৰে উদুলি-মুদুলি পৰিৱেশ বুঢ়া সন্যাসী থানৰ চৌহদ ।
🔴প্ৰতিষ্ঠা দিৱস উপলক্ষে বন্তি প্ৰজ্বলন,শোভাযাত্রা,দিহানামকে ধৰি বিভিন্ন কাৰ্যসূচী আয়োজন কৰে ।

12/03/2025

হাজোৰ বৰ্ণিৰ নিৰুদ্দেশ হোৱা‌ যুৱকৰ মৃত দেহ উদ্ধাৰ মুকালমুৱাৰ চুঙৰবড়ীত ।
নিজ খুড়াই হত্যা কৰি পুতি থ'লে গাঁতত ।

09/03/2025

বৰক্ষেত্ৰীৰ জাগাৰাত বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল বিজেপি উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন ।

08/03/2025

■বৰক্ষেত্ৰী মহাবিদ্যালয়ত নাৰী দিৱস উদযাপন।
■বৰক্ষেত্ৰী মহাবিদ্যালয়ত আজি অসম কলেজ শিক্ষক সংস্থা নলবাৰী মণ্ডলৰ উদ্যোগত আৰু বৰক্ষেত্ৰী মহাবিদ্যালয় শিক্ষক গোটৰ সহযোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।

06/03/2025

🔴মুকালমুৱাৰ শনিৰোডত দিনৰ পোহৰতেই বাহনেৰে ছাগলী চুৰি।
🔴বিলাসী বাহনত অহা চোৰে শনিৰোডৰ পৰা কৌশলেৰে চুৰি কৰি নিলে ছাগলী।
🔴 ছাগলী চুৰিৰ সমগ্ৰ দৃশ্য CCTV ত বন্দী।

06/03/2025

🔴মুকালমুৱাত নিশা গৰু চুৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলিচালনা।
🔴নিশা মুকালমুৱাৰ আদাবাৰী আৰক্ষীৰ লগত cows are being thieves in Assam দুৰ্ঘটনা হৈছিল এইখন চুৰি কাৰ্য্যত ব্যৱহাৰ হোৱা বাহন ।

06/03/2025

🔴মুকালমুৱা নিশা বিধ্বংসী অগ্নিকাণ্ড।
🔴এখন কমাৰৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড।
🔴স্থানীয় লোক আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
🔴অগ্নিকাণ্ডত এটা গৃহ সম্পূৰ্ণভাবে ভস্মীভূত হয়।
🔴দুৰ্ঘটনাটোত কোনো লোকে হতাহত হোৱা নাই।

20/02/2025

সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ।
মুখত ক'লা কাপোৰ লগাই অহা দুৰ্বৃত্তই কৰিলে আক্ৰমণ

14/02/2025

মুকালমুৱাৰ লাওপাৰাৰ চৰত চাঞ্চল্যকৰ ঘটনা।
বালিত পুতি থোৱা অৱস্থাত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ।

Address

Guwahati

Telephone

+918473851117

Website

Alerts

Be the first to know and let us send you an email when Report24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share