Focus Media

Focus Media A House Of creativity

অন্তিম শয়ন...
20/09/2025

অন্তিম শয়ন...

30/12/2024

Assam Book Fair

21/12/2024

বিশিষ্ট সংগীত শিল্পী সূৰ্য দাসৰ পৰলোকপ্ৰাপ্তি
আজি পুৱা মৰিগাঁত তেও শেষ নিশ্বাস ত্যাগ কৰে

ব'লক ৰিলায়েন্স ডিজিটেললৈ যাওঁ আৰু মন খুলি বজাৰ কৰোঁ...
22/11/2024

ব'লক ৰিলায়েন্স ডিজিটেললৈ যাওঁ আৰু মন খুলি বজাৰ কৰোঁ...

৪৫০০ টকা ঘোচ লৈ হাত দাঙিলে বদৰপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল জয়চাব হুছেইন লস্কৰে
03/04/2023

৪৫০০ টকা ঘোচ লৈ হাত দাঙিলে বদৰপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল জয়চাব হুছেইন লস্কৰে

01/03/2023

"আংকল, এতিয়াতে আহিব নিদিবাচোন। আমাৰ বস্তু খালি কৰা হোৱা নাই। ১০ মিনিটমান দেৰিকৈ হ'ব।" -উচ্ছেদিত শিলসাঁকোৰ এটি কণমানিৰ বুকু কঁপি যোৱা বাক্যদুটাই দুচকু সেমেকাইছে বহুজনৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো নকল কৰিলে! বেয়া কথা।
28/02/2023

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো নকল কৰিলে! বেয়া কথা।

একমাত্ৰ পুত্ৰক গ্ৰেপ্তাৰ কৰাৰ পাছত বোৱাৰীজনী ঘৰত অকলশৰীয়া হ'ল। চৰকাৰে ভাল কাম কৰা বুলি  প্ৰশংসা কৰিলে ধুবুৰীৰ জাকিৰ হুছে...
04/02/2023

একমাত্ৰ পুত্ৰক গ্ৰেপ্তাৰ কৰাৰ পাছত বোৱাৰীজনী ঘৰত অকলশৰীয়া হ'ল। চৰকাৰে ভাল কাম কৰা বুলি প্ৰশংসা কৰিলে ধুবুৰীৰ জাকিৰ হুছেইনে।
বাতৰিৰ উৎসঃ পাব্লিক ৰিপোৰ্টাৰ...

31/01/2023

জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ অসুস্থ।
মংগলবাৰে হেল্থ চিটি হাস্পতালত ভৰ্তি হৈছে আচুৰ্য্য বৰপাত্ৰ।
বৰ্তমান হাস্পতালত আছে শিল্পীগৰাকী।
কিছু গুৰুতৰ অসুস্থতাৰ বাবে শিল্পীগৰাকীক ইতিমধ্যে হেল্থ চিটি হাস্পতালত ডাঃ চন্দনা শৰ্মা, ডাঃ বিকাশ চৌধুৰীৰ তত্বাৱধানত চিকিৎসা কৰি থকা হৈছে।
কিছুদিন হাস্পতালতেই কটাব লাগিব আচুৰ্য্য বৰপাত্ৰ। এই কথা সদৰি কৰিছে হাস্পতালখনৰ ফেচিলিটি ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই।

অসমীয়া চলচ্চিত্ৰ  #অনুৰ চাবলৈ তেজপুৰৰ ’মাফিজা মেকআপ একাডমীৰ’ পৰা একেলগে ২২ টা টিকত ক্ৰয়
31/01/2023

অসমীয়া চলচ্চিত্ৰ #অনুৰ চাবলৈ তেজপুৰৰ ’মাফিজা মেকআপ একাডমীৰ’ পৰা একেলগে ২২ টা টিকত ক্ৰয়

লিখকৰ মনোবেদনা কিন্তু বুজিব লাগিছিল পুলিচে...
28/01/2023

লিখকৰ মনোবেদনা কিন্তু বুজিব লাগিছিল পুলিচে...

Picture of the day... Jai hind 🇮🇳ফটোঃ বিপ্লৱ ফুকন, গোলাঘাট।
26/01/2023

Picture of the day... Jai hind 🇮🇳
ফটোঃ বিপ্লৱ ফুকন, গোলাঘাট।

Address

Guwahati
781006

Alerts

Be the first to know and let us send you an email when Focus Media posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Focus Media:

Share