UN News Assam

UN News Assam সত্যৰ পথত প্ৰতিদিন প্ৰতিপল আমি....

 ◼️হোজাই আৰক্ষীৰ বৃহৎ সফলতা◼️৩ জন লোকক আটক◼️ আটক কৰা আচামীকেইজনৰ পৰা  ১৩ টা সন্দেহজনক হিৰোইনৰ প্লাষ্টিকৰ সৰু টেমা লগতে ন...
19/05/2024


◼️হোজাই আৰক্ষীৰ বৃহৎ সফলতা
◼️৩ জন লোকক আটক
◼️ আটক কৰা আচামীকেইজনৰ পৰা ১৩ টা সন্দেহজনক হিৰোইনৰ প্লাষ্টিকৰ সৰু টেমা লগতে নগদ ২৭,৬১০ টকা, ১১ টা মোবাইল হেণ্ডছেট, ৬ টা ঘড়ী জব্দ কৰে
◼️গোচৰৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে।

 ◼️বৰষুণৰ বাবে কলকাতা নাইট ৰাইদাৰ্ছ বনাম ৰাজস্থান ৰয়েলছৰ মাজৰ খেল স্থগিত◼️ গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হোৱাৰ কথা আছিল...
19/05/2024


◼️বৰষুণৰ বাবে কলকাতা নাইট ৰাইদাৰ্ছ বনাম ৰাজস্থান ৰয়েলছৰ মাজৰ খেল স্থগিত
◼️ গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হোৱাৰ কথা আছিল খেলখন
◼️নিশা ১০ বজালৈ বৰষুণ দি থাকিলে বাতিল কৰা হ'ব খেলখন



আপোনাৰ অঞ্চলৰ বিভিন্ন বা-বাতৰি আমালৈ প্ৰেৰণ কৰিব পাৰে।
আমাৰ যোগাযোগৰ নম্বৰ:-
+919707462026
+917002360923

*Whatsapp*:- +919707766955

*Email*- [email protected]

লগতে *Follow* কৰক
*Facebook*- https://www.facebook.com/unnewsassam?mibextid=ZbWKwL

*Instragram*-https://www.instagram.com/unnewsassam?igsh=MzRlODBiNWFlZA==

*Whatsapp Channel*- https://whatsapp.com/channel/0029VaKb1lBKwqSOAuG8fA2b

*Subscribe on Youtube* - https://youtube.com/?si=zbwztE_GBA_2Mi3R

Address

Rangia MG Road Ward No 3
Guwahati
781354

Telephone

+917002360923

Website

Alerts

Be the first to know and let us send you an email when UN News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to UN News Assam:

Share