Pratidin Time

Pratidin Time Official page of Pratidin Time.
24x7 Assamese Satellite News Channel. Our program mix cuts across all age groups and all sections of society.

Pratidin Time is a 24-hour Assamese satellite news channel.Channel is a sister concern to the leading media network of Assam, which has the highest circulated weekly newspaper Sadin, highest circulated daily newspaper Asomiya Pratidin, highest circulated women’s magazine Nandini. Pratidin Time works with an objective to create a fine mix of investigative journalism with technological innovations t

o enhance social awareness. The channel is a mix bag of programs varying from genres such as infotainment, sports, entertainment, lifestyle, showbiz, fashion, education etc. We cater to the Assam and northeast by reaching out to the people with coverage in true sense of journalism.

08/06/2026

যি দায়িত্ব দিছে সেয়া অতি নিষ্ঠাৰে পালন কৰিম। মোৰ কাৰণে এইটো নতুন বিভাগ হ’ব। ৰাজহ বিভাগত সাধাৰণ লোকে কোনো ধৰণৰ অসুবিধা নোপোৱাকৈ ডিজিটেল মাধ্যমত নিজৰ যিখিনি মাটি-সম্পত্তি তাৰ উপলব্ধ হোৱাটো খুব প্ৰয়োজন। গতিকে সময়ো লাগিব তথাপিও ভাবিছো অহা কাৰ্যকালত এইখিনি ৰাইজৰ কাৰণে অতি সহজলভ্যভাৱে উপলব্ধ কৰিব পৰাটো কৰিবলৈ চেষ্টা কৰিমঃ কেশৱ মহন্ত

08/06/2026

‘অসমীয়া মানুহবোৰ সহজ সৰল, আমাৰ সহজ-সৰলতাক যদি দুৰ্বলতা বুলি কোনোবাই ভাৱে, তেওঁলোকে মুৰ্খৰ স্বৰ্গত বাস কৰিছে’। আমি অসমীয়া জাতিয়ে মাৰিবও জানো, মৰিবও জানো : AJYCPৰ সাধাৰণ সম্পাদক সুকুমাৰ বৰ্মন।

Japanese Encephalitis (JE) cases are once again rising in Assam, causing concern among health authorities and the public...
08/06/2026

Japanese Encephalitis (JE) cases are once again rising in Assam, causing concern among health authorities and the public, with hospital sources confirming that 12 patients are currently undergoing treatment at Gauhati Medical College and Hospital (GMCH), all of whom are admitted in the ICU under close medical supervision.

Assam | Officials said that Morigaon and Dima Hasao districts have reported the highest number of infection cases so far, making them among the worst-affected areas in the current outbreak.

08/06/2026

আৰ্যনগৰৰ ঘটনাক লৈ AJYCPৰ প্ৰতিবাদ। উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে AJYCPৰ শতাধিক নেতা-কৰ্মীয়ে। আৰক্ষীৰে প্ৰচণ্ড হতাহতি একাংশ প্ৰতিবাদকাৰীৰ।

08/06/2026

ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্রীসভাৰ দপ্তৰ বিতৰণ
মুখ্যমন্ত্রীৰ হাতত থাকিব ৫টাকৈ গুৰুত্বপূৰ্ণ বিভাগ
গৃহ আৰু ৰাজনৈতিক, গড়কাপ্টানি, শক্তি বিভাগ মুখ্যমন্ত্রীৰ হাতত
তথ্য আৰু জনসংযোগ বিভাগো থাকিব মুখ্যমন্ত্রীৰ হাতত
অশ্বিনী ৰায় সৰকাৰলৈ সামাজিক ন্যায় আৰু সৱলীকৰণ
লগতে ভূমি সংৰক্ষণ আৰু সংখ্যালঘু উন্নয়নৰ দায়িত্ব সৰকাৰক
অশোক সিংহলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ দায়িত্ব
বিমল বড়াক সাংস্কৃতিক পৰিক্রমা, উদ্যোগ আৰু বাণিজ্য বিভাগ
বিশ্বজিৎ‍ দৈমাৰীক হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগ, ক্রীড়া আৰু যুৱ কল্যাণৰ দায়িত্ব
দক্ষতা বিকাশ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস–সংস্কৃতি বিভাগ
জয়ন্ত মল্লবৰুৱাক বিত্ত আৰু পৰিৱেশ আৰু বন বিভাগৰ দায়িত্ব
লগতে খনি বিভাগৰো দায়িত্ব জয়ন্ত মল্লবৰুৱাক
কৌশিক ৰায়ক খাদ্য আৰু অসামৰিক যোগান বিভাগ,গৃহ আৰু নগৰ উন্নয়নৰ দায়িত্ব
কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্রাধিকৰণ
লগতে বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন, সাধাৰণ প্রশাসনৰ দায়িত্ব মহন্তক
কৃষ্ণেন্দু পালক জনস্বাস্থ্য কাৰিকৰী, পাৰ্বত্য তথা বৰাক উপত্যকা উন্নয়ন
নীলিমা দেৱীক পশুপালন আৰু পশু চিকিৎ‍সা, মীন বিভাগৰ দায়িত্ব
পীযুষ হাজৰিকাক কৃষি, জলসম্পদ আৰু সংসদীয় পৰিক্রমা বিভাগৰ দায়িত্ব
ডাঃ ৰণোজ পেগুক শিক্ষা, জনজাতীয় পৰিক্রমা, IT বিভাগৰ দায়িত্ব
সুশান্ত বৰগোহাঁইক জল সম্পদ আৰু ন্যায়িক বিভাগৰ দায়িত্ব

সুশান্ত বৰগোহাঁইক জল সম্পদ আৰু ন্যায়িক বিভাগৰ দায়িত্ব
08/06/2026

সুশান্ত বৰগোহাঁইক জল সম্পদ আৰু ন্যায়িক বিভাগৰ দায়িত্ব

ডাঃ ৰণোজ পেগুক শিক্ষা, জনজাতীয় পৰিক্রমা, IT বিভাগৰ দায়িত্ব
08/06/2026

ডাঃ ৰণোজ পেগুক শিক্ষা, জনজাতীয় পৰিক্রমা, IT বিভাগৰ দায়িত্ব

08/06/2026

3pm PRIME |part 1

পীযুষ হাজৰিকাক কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্রমা বিভাগৰ দায়িত্ব
08/06/2026

পীযুষ হাজৰিকাক কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্রমা বিভাগৰ দায়িত্ব

নীলিমা দেৱীক পশুপালন আৰু পশু চিকিৎ‍সা, মীন বিভাগৰ দায়িত্ব
08/06/2026

নীলিমা দেৱীক পশুপালন আৰু পশু চিকিৎ‍সা, মীন বিভাগৰ দায়িত্ব

Address

Pratidin Time Building, RG Baruah Road, Opposite Doordarshan Kendra, AIDC
Guwahati
781024

Alerts

Be the first to know and let us send you an email when Pratidin Time posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pratidin Time:

Share