Social Talks

Social Talks Voice of People's জনতাৰ কণ্ঠ……

08/06/2026

সাৱধান যিকোনো ভিডিঅ ছাই বাছৰ টিকট নাখাটিব আপুনি।

হব পাৰে ভয়ংকৰ বিপদ!

টিকট কাটিবলৈ পইচা দিলেই হ'ব পাৰে আপোনাৰ বিপদ।

এনেকৈ বিশ্বাস কৰি এতিয়া বিপদত পৰিছে বেংলুৰৰ যাত্ৰী।




07/06/2026

উদ্ধোধনী হ'ল অসমৰ প্ৰথমখন প্ৰাকৃতিক ঘাঁহ নাৰ্ছাৰী।

দীৰ্ঘদিনয়া সমস্যাৰ অৱসান ঘটাই মানাহ ৰাষ্ট্ৰীয় উদ্যানত গ্ৰহণ ডাঙৰ পদক্ষেপ।



06/06/2026

মোবাইল ব্যৱসায়ীৰ নামত কি চলিছে বাণিজ্যিক চহৰখনত।

কি আছে অভিযানৰ ৰিপৰ্টত!

05/06/2026

বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত হাতে হাতে গছ পুলি লৈ ছাত্ৰ - ছাত্ৰী।

আজিৰ দিনটোত পৰিৱেশ সংৰক্ষণৰ বাবে লোৱা হৈছে সংকল্প।





04/06/2026

বৰপেটাৰোডৰ আজাদ নগৰত কলৰ গোডামত খাদ্য সুৰক্ষা বিষয়াৰ দলৰ অভিযান |

আজাদ নগৰৰ আজগৰ আলী আৰু চামাদ আলী নামৰ কলৰ পাইকাৰী ব্যৱসায়ী দুগৰাকীৰ গোডামত খাদ্য সুৰক্ষা বিষয়াৰ অভিযান |গুদামত মজুত আছিল বহু পৰিমাণৰ কেঁচা কল

03/06/2026

বাক্সাৰ গোৱৰ্দ্ধনাত কৃতি শিক্ষাৰ্থীক বিশেষ সম্বৰ্ধনা।

গোৱৰ্দ্ধনা অঞ্চলিক গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত ২৭ সংখ্যক সম্বৰ্ধনা ও সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

03/06/2026

মৃত্যু হোৱানাই প্ৰাক্তন মন্ত্ৰী
ছিদ্দিক আহমেদৰ।
কোনে বিয়পাইছে উৰাবাতৰি।।

27/05/2026

UCC যে মুছলমান সকলক কোনো ধৰণৰ প্ৰভাৱিত নকৰে বৰঞ্চ মুছলমান সমাজৰ লাভেই হব
EM বেগম আকতাৰা আহমেদ

27/05/2026

আন ধৰ্মৰ আঘাত নকৰাকৈ ঈদ আৰু কুৰবাণী সম্পন্ন কৰিবলৈ আহ্বান।
EM বেগম আকতাৰা আহমেদৰ

27/05/2026

গৰু হেৰাইছে কোনো সদাশয় ব্যক্তিয়ে খবৰ দিলে লাভ কৰিব ১০ হেজাৰ টকাৰ উপহাৰ।

যোগাযোগ নম্বৰ - 9435874471

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Social Talks posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Social Talks:

Share